পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। সন্মোহন “কাব্য”। মোৰ ঘৰত, নহয় পত, সিদিনা বহি, যেন শালহী পিৰালিত। পুৱাই, আলিলৈ চাই, আছিলো, মন বিষাদিত। দেখি কইনা, সুন্দৰী মইনা, নাই গহনা, পিন্ধিছে “গাউন”। কাপোৰ কেচাই, “জেকেট মেৰাই, হৈছিল বেন “ফলেক্টিভ নাউন। পিন্ধি খুৰা দিয়া তো, কালটো সৰু আৰু গোটা, খট খট, গুচি পশ! বাটত জোতাৰ শাচ পৰি থল। খুন্দা লাগি মোৰ বুকু মেৰমেৰে ভাগি পল! বগা মুখ, যুগ। চুলি, চকু উঁহু, পাউডৰ” হা, মন মোহা, বিলাতী “মি। তেতিয়াৰেপৰা, মই যেন সবা, চলগ পৰা, কি কম ইচ! যি কাম কৰে, যি বস্তুত ৰোঁ, একোতে নাপাওঁ সুখ। চকে ধৰি যায়, ডিঙিটো শুকায়, হুমুনিয়াহ কাঢ়ে, পানী সোহা মাৰো, গিলাচতে দেখো সেই মুখ। মন-নৰিয়া দুপৰীয়া কবিবৰ পাৰ। 1 বৃন্দা চন্দ্ৰাৱলী সংবাদ। সিদিনা সমাজিকত বৰবৰুৱাই বৃন্দাবন পাই ঘূৰি ফুৰি চাৱলীৰ কুঞ্জত ওলাইছিল গৈ। ঠিক সেই সময়তে তলত লেখা বা চাৱলীৰ কথা বাৰ্তা