842 িযব, ১০ মং। কায় বসতিৰ প্ৰমাণ পোৱা যায়। ইয়াৰপৰা আমি সুন্দৰকৈ নিশ্চয় কৰি পাৰে যে ব্ৰণ গতিৰ লগে লগে কামত কায়স্থৰে বসতি হয়। জীৱক আৰ জীয়ে কৰিয়ে শটত পৰি বেলিতি ব্ৰাজক কটকীৰূপে দ্বাৰকাৰ গৱান আকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল। বেঙ্গনিধি ব্ৰাহ্ম, এতেকে দ্বাপৰ যুগৰপৰা সামত ব্ৰাহ্মণৰ বসতি বুলি থিৰাং কৰিব পাৰি; আৰু লগতে কয়ৰ বসতিও নুই কৰিব নোৱাৰি। তেতিয়াৰপৰা অসমৰ ফায়স্থই যজ্ঞসূত্ৰ গ্ৰহণ কৰে। আৰিমত্ত ৰজাৰ যয়ী মনোহৰ, তেওঁৰ লীয়েক লক্ষ্মী আই; এমী আইৰ পুত্ৰ শান্তনু আৰু সামন্ত। তেওঁ লোক অসায়ৰ মহাপুৰুষ শঙ্কৰ গুৰুৰ উপৰি পুৰুষ। শান্তনু আৰু সাম তৰ কাম কৰি বিষয়ে এইদৰে লিখা আছে, “দশ কৰ্ণ কৰি সু গলে দিল। দেৰৰ ভয় দেখি কায়স্থ বুলিলা চৰিত্ৰ। কিন্তু বৌদ্ধধৰ্ম প্ৰচাৰৰ লগে লগে কিছুমানে ঘসূত্ৰ এৰে; পাছত শুৰ, পাল আৰু সেন বংশীয় ৰাসকলৰ যত্বত পুনৰ বৈদিক আচাৰ প্ৰচলিত হয়। কামৰূপ আলামত নৰকাসুৰ ভগও আদি অনুৰ বংশীয় বাসকলে ৰাজত্ব কৰি গৈছে। যদি আবুলফলৰ মই ঠিক হয় ঋৰু বঙ্গীয় কায়স্থ কুলপঞ্জিকা শুদ্ধ হয় তেন্তে এই সকল কায়স্থ ছিল যে ভাত সন্দেহ নাই। (১) হিউয়েনচাৎ বেতিয়া প্ৰাগজ্যোতিষপুৰলৈ জাহি- ছিল তেতিয়া তেওঁ বৰ্ম্মক ৰাজত্ব কৰা পায়। বৰ্ম্মণ উপাধি কায় ত্ৰিয়ৰ হে সুৰ ভাস্কৰ বৰ্শকো কা গুলি নোৱাৰি। এও হিন্দু ৰা হৈও বৌদ্ধ ভিক্ষু আৰ পণ্ডিতসকলক আদিৰ কৰিঞ্জিল; এওঁৰ ৰাজত্বৰ সময়ত ইত্মত হিন্দুধৰ্মই সিমন বশ কৰিব পৰা নাছিল। পাঞ্ছত নচেৰেক যে পাল বংশীয় ৰজাৰ দিমতো কামৰূপ আসাম হিন্দুধৰ্মই উন্নতি কৰিব পৰা নাছিল কিন্তু অন্তত বঙ্গদেশৰ ঢৌৱে ৰজা প্ৰজা সক লোকে হিন্দু কৰে। আদিশৰ, বিৰ সেন, শশ সেলে সময়ে সময়ে উত্তৰ পশ্চিম অঞ্চলৰপৰা, বিশেষকৈ কাকুৰপৰা আৰ্থিক ব্ৰাহ্মণ . কৃষ্ট আইনজীবী মতে এগুলো ক্ৰিয় থাকি। ৫ ফালীয় সকল কাও।* ১} জাৰিা-সন্দা।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১৬
অৱয়ব