পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। (UR, >.* 54931 “পুৰণি অসমত ভুমুকি প্ৰতিবাদ। যোৱা শাওন মাহৰ বাঁহীত “পুৰণি অসাম ভুমুকি" নামৰ যি প্ৰবন্ধটে। দুপ। হৈ গল তাৰ এষাৰ কথাত আমাৰ জামেহ ৰৈছে; সেই অসেৱাৰ লগতে মৰি উদ্দেশ্য কি লিখি পঠি হল। আস- মৰ কায়স্থসকল কলিতাছেই। ভাটা পুৰৰ কায়স্থলৰুলৰ ফালে চাশেই এইটি বুজা যায়। * ই লিখকৰ সম্পূৰ্ণ ভুল। যদি তেখেতে অসম” মালে উনি-কাসাম আৰু মধ্য-আগামৰ আদি খিনি ধৰিছে তেন্তে তেখেতৰ কথা সা নুবুলি নোৱাৰে। কিন্তু আমাৰ বোৰেৰে ‘অসম” মানে আমি যি বুজে। তেখেতেও তেনে ভাবেই লিখিছে, সেই বাৰে হে আমি এই কেইষাৰ কথা লেখিব লগীয়াত পৰিলে। জয়জয়তে আমি তেখেতৰ সোণে—নগাওঁৰ চিং অঞ্চলৰ, দলৰ মন- দৈৰ পশ্চিমাংশৰ গুৱাপাৰৰ আৰু কামৰূপ কালে কলিতাৰ লগত, প্ৰান কি কাষৰ চুড়াকৰণ আপ্ৰাণ কৰা হাল দেখোৱা বৰকলিতা ভদ্ৰলোকৰ লগত খোৱালোৱা ৰা বিয়া কৰোৱা আদি কিবা সংৰ ৰখা দেখিয়ে নে? যদি তেখেতে সেইবোৰ দেখা নাই, নাই সেই বিষয় অনভিজ্ঞ, তেন্তে আমাৰ বিবেচনাত তেখেতে এনে উৰ বাতৰি পাঠক পাঠিকা সৰু এক দিয়া উচিত যেন নেদেখে। কায়স্থ ফুলতিলক খদ্ধে যুক্ত গৌৰীপুৰ ৰজা বাহাদুৰ মাই গুৱাহাটীৰ বৰকলিতা সমাজপতিস্বৰূপ যুক্ত চিদান চৌধুৰী ডাঙৰীয়াক সাইৰ আন কোনো সন্ধান্ত ভদ্ৰলোকৰ শুখিলেই ধৰ ৰাৰ এৰাণ পোৱা যাব। লেকে ভাৰপুৰৰ কাৰ লগত আমাৰ ইয়াৰ কাষৰ কি শমিশ দেখিলে কয় নোবে। কাশপ, গুৱালপাৰ আৰু কোচবিহাৰ আছি ঠাইৰ কাৰসকলৰ মাজত দেশে বৰ্তমানত কাৰ অৰ-প্ৰদাৰ চলিয়ে আছে। দেশৰ যতো কাল ব্ৰাত্য দোযত দূষিত, খিৰ উপৰোক্ত জিলা কেইখনৰ কাৰসৰু সেখোন পুৰৰেপৰা ৰা দোষৰে দূষিত হয়; এনে তেওঁ কি গৰি তেনেকুৱা বা লিখিলে আমি একে বুজিৰ পৰা নাই। কামৰূপৰ যি কেইখ য়ই কলিতাৰ লগত বৈবাহিক