পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা, ১-০৩।] মণিপুৰ যাত্ৰা। ৪৪৯ স্থালী ৰা জোৰপুৰী দেচোৱালী। হিন্দুস্থানীবিলাক দেটোৱালী কেলৈ বোলা হয় মই ঠিককৈ কব নোৱাৰে। সম্ভবতঃ জেল ওৱালা” শব্দটোৰ পৰা এই শব্দটা ওলাইছে। এটা হিন্দী যোজোলা আছে- ঙা বালাচ, দি “বে”। “ৰোৱা”। মিথিলা হেইয়া”। ইয়াৰ অৰ্থ এই ৫ বেনাৰচৰ মানুহে “ভা, গিৰীৰ মানুহে “যে, ভোগ- পুৰৰ মানুহে “ৰোৱা।” আৰু মিথিলাৰ মানুহে “ছে" কথাটো বৰ বেছি ব্যৱহাৰ কৰে। অসমীয়াটো এনেকুৱা বোজনা এটা হে “আটে বামা বটে গৌৰি। মিথিলাকা থিপো শিপে। কামৰূপে হেৰি হেৰি।* অৰীং অযোধ্যায় ‘মা" গৌৰদেশত “টে,” মিথিলাত “ৰিপৌ” আৰু কাম- ৰূপত “হেৰি কথাটো বৰ বেছি খ্যৱহাৰ কৰা হয়। সি যি কি নহক, আমাৰ গাভোৱনটো “ৰোৱা ব্যৱহাৰ কৰা গেটোৱালী। আতত চৰ। কিন্তু গৰু কিহালক সিহতে ব য কৰিছিল। নকৰিৰ কিয়, নিজৰ বস্তু নহয়। ইহতে ডিমাপুৰত চাউল বেটি উদ্যতি আহিছে। খালি গাড়ী এনেই বোৱাতকৈ মামাক কেৰেয়ালৈ যি কেইটামান খটি পোৱা ভাল বুলি তাকে কৰিছে। ইহতে দুপৰীয়া দিনত শকে বিৰাবলৈ দিয়ে, নিজেও জিয়; ওৰেতি আৰু যেলি ওলাৰৰ এপৰলৈকে গাড়ী চায়। আমি কেৰেয়া নিচেই কম দিছে, সেই সিল মিন মতেই আমি শিব লাগিব। মণিপুৰৰ ওচৰৰ চিৎমাই নামৰ ঠাইত মিযৰ আহে। সিংহ বিমান সোনকালে পাৰে ঘৰ পাবলৈ ব্যত। দিনৰ ৰাৰ যত গাড়ী ছেলে পৰে দু পায়; নিশা সেইদেখি সিহতে গাড়ী চলায়। লাল গী।