৪৪৮ ধাহী। [ ২ বা, ১• সংখ্যা। ইডেন গাৰ্ডেনৰ” Band stantlআগত পাতি খোৱা বেষ্ণবোৰলৈ মাৰ মনত পৰিছিল। ঠাই ডোখৰত গছ-গছনি প্ৰায় নাছিল। কিন্তু ই খাদৰ” ঠিক ওপৰতে হোৱা বাবে ইয়াত গধুলি বহিষলৈ বৰ ভাল। এই ঠাই ডোখৰত বহিলে কহিয়া প্ৰবাসী অসমীয়াৰ নিশ্চয় আমালৈ মনত পৰে। কোনো অসমীয়া ডেকাই ইয়াত বহি কেতিয়াবা কেনেবাকৈ অসমীয়া মেদূত” এখন অপ, কৰে লেখি পেলাৰ বুলি মোৰ ধাৰণা হয়। আমি খাবলৈ ধৰিলে। তিনি অন মানুই এখন গৰুৰ গাড়ীত উঠি যোৱা বৰ মুখৰ নহয়। কিন্তু সুখ সুবিধাতকৈ খৰচলৈহে আমাৰ বেছি দৃষ্টি আছিল। আমি পুৰ-মুৱা হৈ যাবলৈ ধৰিলোঁ। আমাৰ আলিটো কহিয়াৰ সৰহ ভাগ ঠাইতকৈ ওখ। কাজেই প্ৰায় গোটেইখন কহিমা এখন পটৰ ৰে আমাৰ চকুৰ আগত প্ৰসাৰিত হৈছিল। কহিমা নগৰখন প্ৰায় এমাইল আৰু পুতলে পোৱা মাইলতকৈও কম বুলি কলে, বোধকৰো, মানুহে মনতে নগৰ খনৰ এটা কাল্পনিক ছবি অনুমান কৰি লব পাৰিব। নগৰখন বৰ ধলা-মা। পৰ্বতীয়া ঠাই বুলিলেই এনেকুৱা। দুই ফালে ওথ পৰ্বত। মাছৰ খলবিয়া চাপৰ পৰ ওপৰত কৰাি স্থাপিত। কালেমান বাটলৈকে কহিমা আমাৰ চকুৰ আগৰপৰা গুচিছিল। গাড়ীত শাহ জাল নলগাত আমি খোজ কাঢ়ি খাবলৈ ধৰিলে। প্ৰায় দেড় দুই মাইল মালৈকে এৰেটে সেনাবিজ্ঞাগৰ গোখালী মতা মাইকীবিলাকক লগ পাই যাবলৈ ধৰিলে। সিংও এই পঙীয়া ঠাইত আনন্দ বিভোৰ। ষোধকৰো ঠাইডোখৰ সিহতৰ মনত ঠিক নেপালৰ পৰ্বও ৰেম লাগিছিল। কিছুমানে জাক পাতি পাতি আলিবাটে বাটে নেপালী গান গাই গৈছে। কিছুমানে সৰু পৰ্বতৰ জোপাৰ মাজত সেমাই কিবাকিবি বুটছি বা কাটিয়ে আৰু নাম গাইছে। পায়। মানুহৰ জীৱনৰ সুন্দৰ কৃ এটা আমাৰ চকুৰ আপে যোৱা যেন লাগিল। অলপ দূৰ গৈ গৰু চৰিধৰ আৰু পানীৰ সুবিধাজনক ঠাই এডোখৰ চাই গাঢ়োৱাৰ কিটাই গাড়ী ৰাখিতে আৰু গৰু মেলি দি ৰাঢ়াৰ দিহা কৰিবলৈ খুশিতে। আমি খাইবৈ আহিছিলোঁ, কাজেই অলপ পৰ গা বেলাই ফুৰাৰ আৰু কথা-বতৰা পতাৰ পাছত, শুই বিশ্ৰাম কৰাটোকে ভাল বেৰ পালোঁ। ইতে নাড়োৱম দুটাৰ অলপ পৰিচয় দি ওঁ। গাড়োয়ান দুইটা হিন্দু-
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১২
অৱয়ব