পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

889 বাহী [২য় বৰ, ১৭ মা। মণিপুৰ যাত্ৰ॥ (1) কেইষাৰমান কথা ইতিপুৰ্বেই কব লাখিছিল, কিন্তু পাহৰণত এৰা পৰি আহিছে। কহিয়া এৰিবৰ আগেয়েই কথা কেইআষাৰ কৈ মেপেলালে সেইবোৰে মোৰ মনত উখল-মাখল লগাই থাকিব। গতিকে এই খিনিতে কওঁ। প্ৰথম কথা এই যে, আমি জিন দ্ৰলোকক “আলহী গৃহ” ‘গৃহ ইত্যদি বুলি বৰ্ণনা কৰি আহিছে। তেখেত আমাৰ প্ৰতি নথৈ ভদ্ৰ নগৈ ঐতিশীল হলেও আমাৰ লগত কথা-বতৰা কৰ বেলিকা তেখেতে অলপ অসুবিধা বোধ কৰিছিল। প্ৰথমতে তেখেতে মোক “তুমি” বুলিব নে “আপুনি" বুলিব সেইটোৰ এটা খাতা মীমাংসা কৰিব নোৱাৰি অলপ জোধোৰ- মেথোৰত পৰিছিল আৰু অধিকাংশ স্থলতে ইংৰাজীৰে কথা কৈ “you”ৰ সহাযুত কাৰ্যোদ্ধাৰ কৰিছিল; কিন্তু নিচেই এৰাব নোৱৰা ঠাইভ “আপুনি"কে বুিিছল। মই তেখেতৰ এই অসুবিধাটো যে উপলব্ধি কৰিব পাৰিছিলোঁ। আৰু এই উপলক্ষে তেখেতৰ মুদ্ৰতা-ঘোখ-সন্তপ্ত অৱস্থালৈ চাই অনেক সময়তে যে মোৰ হাঁহি উঠিব মুখুজিছিল সেইটো বৰ ডাঠকৈ কৰ নোৱাৰে। “মোক অসঙ্কোচে ‘তুমি' বুলি সম্বোধন কৰিলে মই ভাল প” বুলি তেখেতক কৰলৈ মোৰ একাধিক বাৰ ইচ্ছা হৈছিল, কিন্তু কথাত সেই ইচ্ছা প্ৰকাশ পোৱাকৈয়ে গণ। প্ৰকতে, বয়স, শিক্ষা, আৰু অৱস্থালৈ চাই কোনোমতেই মই তেখেতৰ জগত আপুনি” বোলা- ৰৰ “লায়েক নাছিলোঁ। মোক প্ৰথম সঙ্গীজনৰ লগতে আমাৰ আলহী-গৃহস্থৰ বৰ হুলহলীয়া ভাৱে বাক্যালাপ টা নাছিল। যি সামান্য কথোপকথন হৈছিল সেই খিনিও অধিকাংশ সুলতে দ্বিতীঃ পুৰুষৰ কোনো কাপ ব্যৱহাৰ নকৰি অকল ক্ৰিয়াৰ সহাষতে সম্পন্ন হোৱা যেন বুলিহে এতিয়া মনত পৰে। কাৰ “জালহী গৃহস্থৰ যি এফেৰি “ বিলাপ" অটিছিল, সেই ফেৰি আমাৰ চলৰ ৩ নং ভ্ৰমণকাৰীৰ লগতেহে হৈছিল। সিও জামাৰ এই প্ৰকাৰ অসাক্ষাতত। আগেয়ে কোৰা হৈ, জামাৰ দলৰ ৩ নং প্ৰমণকাৰী আমাৰ