পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১১ 1E নস বিলাতৰ চিঠি। কোনো হাইকেটৰ উকীল আছে তেনেহলে তেওঁ ৰাৰিটাৰী পৰীক্ষাৰ বিষয় চিন্তা কৰা উচিত নিহে ইমানখিনি দেখিলো। মই নো বহুতৰ বিলাতলৈ আহিবলৈ ইচ্ছ। বিলাত যেতিয়া খে নেয়ায় তেতিয়া কিমান বিলাতৰ ছবি মনত হয়; বিলাত তেতিয়া বৰা। বিলাত কেৱল ৰোগ শোক তাপ নোহোৱা ঠাই হেন লাগে। কিন্তু বিলাতলৈ আহিলে স্বৰাজ্যৰপৰা বাৰিক ৰাজ্যলৈ অহা যায়। তেতিয়া না যায় যে বিলাততে তোক লাগে, বিলাততো নৰীয়াপাখি জছে। মানুহৰ যিবোৰ কাৰ্য্য বিলাতৰ মানুহেও সেইবোৰ কাৰ্য্য কৰে। আমি বহু মানুহক এই জালৈ টকাকড় নোহোৱাকৈ অহা দেখিছো। তেনে মানুহক আমি আহিবলৈ উৎ- সাহ কেতিয়াও নিদিওঁ। বিলাতলৈ টকাকড়ি লৈ অহা উচিত। বিদেশত কত কষ্ট কত বিপদ; বন্ধু বান্ধৱ নাই। সেইদেখি টকাক বন্ধ কৰি লৈ অহা উচিত। টকাৰ সমান বন্ধু আমাৰ যেতো নাই; আৰু বিলত তো কথায় নাই। যদি কোনো লৰা লেখা পঢ়াত বৰ টোকা, অথচ টকা কড়ি নাই, তেনেহলে টকা পুতি খোৱা মানুহসকলে টকা পুহি হোৱা এৰি তেনে লৰাক ব্ৰিটেনলৈকে হওক বা আমেৰিকালৈকে হওক, কি পানলৈকে হওক, কি যুৰোপৰ আন ঠাইলৈকে ওক পঠিৱা উচিত। দেশৰ উপকাৰ কৰাৰ ই এটা প্ৰধান বাট। আজি আৰু মানতে এৰিলে। খছি আপুনি ভাল পায় আৰু আপোনাৰ পঢ়ে গুৰীয়া ভাঙৰীয়াৰীসকলৰ আল বা মে ব্ৰিটনৰ বিষয় লেখিবলৈ চেষ্টা কৰি। নাভিৰাম বৰুৱা। মিন্টন এজেনিট। হাইগেট। এখন। ১১১১