গুদ, ১৮০৩।] গুটিদিয়ে চিন্তাৰ চোঁ। ৪৪৪ of all survey এনে ভাবেই হৈছে অহঙ্কাৰ। মুঠতে গম চালে জীবাত্মাৰ সুকীয়া অস্তিত্বৰ অনুভৱ তাৰ নামকেই উপাধি দিয়া হৈছে। এই উপাধিয়েই জীবাত্মক পৰাৰপৰা বেলেগ কৰি ৰাখিছে। আত্মাৰ যেতিয়ালৈকে এই উপাধি এগুচে তেতিয়ালৈকে ভাৰ মুক্তি নাই। এলে কথাকেই ধৰি সোহহং অৱস্থালৈ আক উৰোৱাৰ অৰ্থে বেদান্ত মহলাই মায়াৰ প্ৰচাৰ কৰাৰ মূল ভিত্তি। সুকীয়া অঞ্চত্ব অনুভৱৰ ওপৰত যেতিয়া অহঙ্কাৰৰ থিতাপি তেতিয়া কিবা এটা কাৰে সৈতেছে অহাৰ সঙ্গ। ধাৰ বিদ্যা আছে, বুদ্ধি আছে, জ্ঞান আছে, মান আছে, থন আছে, পৰা আছে তাৰেই অহঙ্কাৰ আছে। এনে অহঙ্কাৰৰূপ অভিমান কৰা শক্তি মানুহৰ আয়ে দেখি মানুহ জগতত শ্ৰেষ্ঠ জীৱ। সীৰি অহঙ্কাৰ যিমান দিনলৈ থাকিব সিমাল দিনলৈ তাৰ কক্ষণো থাকি, কিয়নো কৰ্মফল অহঙ্কাৰৰ লগৰীয়া। অহঙ্কাৰৰ বিনাশ সাধন সাধনাৰ ফল। দু নৰ- জন্মৰো সাৰ্থক এই অবস্থা ল কৰা। বাৰিকত অহঙ্কাৰ ধ্বংস হলে জাত্মাৰ মুক্তি নাই। এই নিমিত্তে মহাভক্ত ৰামকৃষ্ণ পৰমহংসৰু এদিন এনে “মুক্তি হবে কবে” এই কথা প্ৰশ্ন কৰাত তেওঁ তাৰ উত্তৰ দিছিল যে “জানি যাবে যবে”। অহঙ্কাৰ যি সুলত কৰ্ম্মৰ সৈতে সমবায় সত্ৰ সম্বয়া, কৰ্ম্ম কৰি কৰি তাৰ কয় নকৰিলে সি কেতিয়াও গুচে। পোনতে প্ৰতিমাৰ্গক নধৰিলে নিবৃত্তিমাৰ্গলৈ যাব নোৱাৰি কাৰৰ কামৰূপ অনক কৰ্ম- ৰূপ শিলডুখৰিত লাহে লাহে ধৰাই ধাৰ তুলিলে কোনোৱে কেতিয়াও অহাৰৰূপ মূল ৰিপুৰ আগ বঢ়নি মুৰটি চকলিয়াই ভাক জোৰ ৰাখি ক্ষ-কাৰণৰ (Protective cause) লাগতিয়াৰ কৰি ৰাখিব নোৱাৰে। এই কাৰণে গীতাত ভাৱান শ্ৰীকৃষ্ণই ভানযোগ আৰু কযেগ দুইকে। টানকৈ একেলগে আটি ধৰি জ্ঞান নহলে কৰ্ম্ম নহয় কৰ্ম নহলেও জ্ঞান নহয় বুলি আমাক দঢ়াই পঢ়াই বুজাই গৈছে। কোনেও ফৰ্ম্মও প্ৰক্ত নহলে নিস্কাশত নিবৃত্ত হব নোৱাৰে। ক্ৰমশঃ। কমলাকান্ত চাৰ্থ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯০৯
অৱয়ব