পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ [ ১ ]। মিটিৰ কৃতি নিমিলে সেইদৰে গুৰিগই একে হলেও জ্ঞান বুৰি শিল হয়। এই কাটিয়েই এষাৰ কৰে যে মানুহ সে যেনে তেওঁৰ আত্মাও থেমে জশ আৰু সৃষ্ট। জেলা শাস্ত্ৰ আৰ্য হিৰ অতি তালৰ শাস্ত্ৰ, মোৰ বোধেৰে আজিলৈকে পৃথিবী জান আল জাতিৰ জিত তত্ত্বজ্ঞান বিচাৰ সম্পৰ্কে বিমান দৰ্শন শাস্ত্ৰ বাহিৰ হৈছে মেলা সকলোৰেই জঙ্গি। এই বেদান্ত দৰ্শনে যে মায়াবাদ প্ৰচাৰ কৰি এণ কৰিছে, আয়া পৰমাৰে সৈতে, মহাকাশ যাকাৰে যেনে ভিন, তেনে অৰ্থাৎ যেনেকৈ এক মহা আকাশেই অখণ্ডৰূপে পাকিও কুলই বা টটিত থাকাশৰূপে আছে, অস্থা পৰমাত্মাৰ সেইমতে খণ্ড অংশ হৈও জীৱাত্মাপ বিখত বিয় কৰিছে মাত্ৰ। তাই একেটি সূৰ্যৰ ৰশ্মিয়েই এখৰূপে থাকি যি ৰঙৰ যেনে ফটিকৰ পাত্ৰ তাত পৰি তেনে ৰুৰ হৈছে। এই মহাসত্যটিক যেয়ে যিদৰে বুজ মুনুক, মই হলে এইদৰে বুজিছা যে, বি লণ্ড দুটি বস্তু হলেই কোনোটি ও অনন্তু হব নোৱাৰে "Two things cannot prove infinite” তেনেহলে অনন্ত ঈশ্বৰ বিশ্বব্ৰহ্মাণ্ড ডোখৰ ডোখৰ বা টুকুৰ হৈ গোটেই সমষ্টিটি ব্ৰহ্ম হব নোৱাৰে। এই নিমিত্তে হিন্দুশাই ব্ৰহ্মক কল্পতৰ পাতি ৰিজাই দেখুৱাইছে যে যদিও ফল ফুল পত্ৰ স্বলবেই অংশ তথাপি তাৰ পাত ফল ফুল বেলেগ বিফেলেগেই। মই এই কথামতে ইয়াকেই বুজে। যে বেদান্ত দৰ্শন টাকাশ বা বি কটিকৰ পাৰ যেনে ৰং তদ্ৰুপ সূৰ্যৰ ৰণিৰ বিভিন্নভাৰে সৈতে জীবাত্মা পৰমাত্মাৰ পাৰ্থক্য ৰিজাই দ্বৈতবাগ প্ৰমাণ কৰি দেখুৱাইছে যে অখণ্ড পুৰ্ণ জ্ঞানে যিহত ধেনে প্ৰয়োজন বা ষিত বিমান ডিগ্নি (Degree) পোহৰৰ প্ৰয়োজন সেইদৰে নিজৰ পূৰ্ণ জ্ঞানক ভাগ ভাগৰূপে বিকাশ কৰি অনন্ত ব্ৰহ্মাণ্ডক পোহৰাই আছে। এই চৈতষ্ট জ্ঞানৰূপ পোহৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকেই উপাখি (নাম) ধাৰণ কৰি বিশ্বব্ৰহ্মাণ্ডৰ কেউপিনে কাৰ্য কৰি আছে। এই কথাটিকেই ধৰি অংগতে মই দেখুৱাই আহিছে যে মানৱতা অপূৰ্ণ গতিকে একজন মানুহৰ গাত কেতিয়াও পূৰ্ণ ভাল হব নোৱাৰে। সৎচৰিত্ৰ গাৰু সংসাহস এই দুইটি গুণ অগতৰ নিয়া আদিকাৰণ প্ৰ : পৰশেখৰৰ কথা শাৰ কৰিবলৈ ৰিত তেওঁত বিশ্বাস আৰু বাগলা কৰিব নোৱাৰিলে