পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। {১ , ১ নং । ভাত তেও গোহাৎসৰ জব্ৰাশ পোৱাত মনে মনে চিন্তা কৰিবলৈ ধৰিলে, যেতিয়া মই মদ খাব পাৰিলোঁ, তেঙিয়া নো গোমাংস খোৱাত দোষ কি? দৰ প্ৰভাৱত অখাদ্য বস্তু ও সুখাদ্যৰূপে পৰিগণিত হয়। মিছে। মাসই মৰ প্ৰধান অঙ্গ। এই জবি সেই বুলি মুণে সেই সব এছৰ ৰন্থি সাথে সোমাংস খাৰলৈ ধৰিলে। অলপ ৰাৰ পাতে তেওঁৰ সৃষ্টি তৃতীয় ব্যাটত পৰিল। আৰ গশ কুকনেহিনী কাহিনী প্ৰেম কটাক্ষাতত তেওঁৰ হদয়ৰ কঠিনতম লৱৰ গাঁ নিশি পল। অলপ সময় তাইৰ ফালে সতৃষ্ণনয়নেৰে চাই থাকি তেও পুনায় মনে মনে ভাবি- বলৈ ধৰিলে, “হায়! কেতিয়া মই পুৰ্বোক্ত দুই একৰি ঘূৰ্ণনীয় কাঠ কৰিৰ পাৰিলে। তেতিয়া নো এই ৰমণীক ভাৱে গ্ৰহণ কৰাত দোষ কি? ইয়াকে গুৰি তেও সেই যুৱকজনৰ গুৰিৰপৰা উঠি সেই কাৰ সমীগ- ৰী হল। | শুনেৰি! | তোমাৰ শক্তি। তোত আসক্ত হৈ এই থাশ্মি যুক্তি বামুণৰ এতিয়া কি দশা টিল চোৱ! মামুণে উমাৰে যোক সম্বোধন কৰি কৰে; “হে সুশী! মই ইতিপুৰ্বে তোমাৰ কথা না বাৰে দুণিত হৈছো। মোৰ সেই দোষ তুমি ক্ষমা কৰ।” অলপ সময়ৰ পাছত চতুৰ্থ ৰাটৰ ফালে তেওঁৰ দৃষ্টি পৰা তেও ভাবিবলৈ ধৰিলে; হায়! এই তিনটা টিত যি ঘূৰিত আচৰণ কৰিলে, এইটবাসী ৰাজনে সেই সকলোবিলাক কে দেখি। এতিয়া যদি তেও এইবিলাক লা প সমাজত প্ৰকাশ কৰে তেনেহলে ভৱিষ্যতলৈ মোৰ অনিষ্ট টিৰৰ সম্ভাৱনা। তৰাং এতিয়া এই বামুণক জীয়াই থাকিবলৈ দিয়া কোনোৰূপেই যুক্তিযুক্ত নহয়।” ইয়াকে স্থিৰ কৰি তেওঁ চতুৰ্থ খাটলৈ গৈ কালবিলম্ব নকৰি, ওচৰত পৰি থকা চোকা লীখনেৰে সেই ৰামুণঅসৰু দুটুকুৰা কৰিলে। | কিছু সময়ৰ পাছত মহৰ নামক শক্তি বা অকালকৈ কৰি যোৱা তেওঁৰ পুৰ্বল বিকাশ এ। তেতিা তে বিলৰ দুৱতি আৰু এৰিষ্যাৰীৰ শিবিতে কৈ অনুপ কৰি না, গাছে উপৰ মাৰি ওলাল। দুৱাৰমুখ সেই পুৰচিনাকী দুৰৰী তে ভৰিলে