ভা, ১৮৩৩} চমু মন্তব্য। ঘটনাৰ সমাবেশ আক পঢ়ি খাতে ঋন পাক কৰিব পৰা বৰ্ণনা আদিৰে শুৱলা হৈছে। এইজন লেখকে এৰে ৰচুৰ কাৰ্যত লাগি থাকিলে জাগলৈ আৰু কৃতকাৰ্য হব বুলি আমাৰ বিশ্বাস ৰ কিতাপখন এতিয়া যি দুটা চাইটা কৃত্ৰিমতা দোৰৰ ছা পৰিছে জি নিশ্চয় নাথাকি। লেখক কিভাপ ব্যৱহাৰ কৰা কিছুমান কথা ও নহয়; যে, “হিয়া চলি" ২৮ পিঠি), “চকুৰ ভুৰ” (১২), “নমত কিয়? (১৪), “টোৱায়েই তেওঁৰ কাম (২৩), দুৱাৰ মুকালি দি" (২৫), “কাতে বন্ধ। (২৫) "ককালভ টালি বন্ধ। (৪২), “ঘোৰাটো মুকালিৰলৈ ধৰিছে” , “সকলেৰি শুয়েই থা”, ৫৬), “যশিনী (১}। এইবোৰ-হিয়াড়িখন, যা হিকৰিখন; চকুৰ; নামান্ত কিয়; যতনোৱায়েই যা যতোৱাই তেওঁৰ কাষ; দুৱাৰ মুকলি কৰি দি, যা দুৱাৰ মোকোলাই দি; তাতে বান্ধ; ককালত টালি বাঙ্কা; মোৰাটো মোকোলাবলৈ ধৰিছে; সকলোটি শুধুই ধাক; যখিনী; হলে যে শুধ হয়। চাৰুলি" (১৭ পিঠি) শব্দটো বলা “চাহনি” শব্দৰ আহিত সজা হৈছে, সি অসমীয়া নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেপাৰীলক “ইহঁত” সিইও" বুলি (১৯ পিঠি) এওঁলোক তেওঁলোক বোলাটে উচিত। “বদন চন্দ্ৰ।১৯) সুভদ্ৰা (২০) বনচন্দ্ৰই, সুভদ্ৰাই হলে শুধ হব। এই খিনিতে কোৱা উচিত যে ওপৰত দেখুৱা সামান্য ভুলবিলাক আমি ভয়েভয়ে হে দেখুৱাইছো; কাৰণ, আজিকালি দেখিছো, সমালোচনা কৰিবলৈ পঠিৰা কিতাপৰ আগৰপৰা গুৰিলৈকে প্ৰশংসা নকৰি ভৰ দুটা চাইটা দোষও যদি দেখুৱা বয়, তেন্তে সম্পাদকজন গ্ৰন্থকাৰ কোপত পৰে, আৰু সেই গ্ৰন্থকান যদি পঢ়াশালিৰ হাতৰ হয়, তেন্তে সম্পাদক মহাশয় ও লই!! সাৰথি। ৰচক প্ৰযুক্ত সত্যনাথ বৰা বি, এল। বেচ • না। এই কিতাপখন পাই আমি অলক্ষিত হৈছে। অৱলা তাৰ সুন্দৰ ৰচনা প্ৰণালী আৰু চিন্তাশীলত। কিতাপখনৰ বিশেষত্ব। সুলেখক বুলি বৰা ডাঙৰীয়াৰ খি মুখ্যাতি আছে, “সাৰখিয়ে" সেই সুখ্যাতি অটুট ৰাখিছে। এই কিতাপে অসমীয়া সাহিত্য সম্পদ বঢ়ালে। এই কিতাপখন বি, এ, নাইৰ। ইট- মিডিয়েট পৰীক্ষাৰ পাঠ্য হলে আমি ৰং পায়। - 1
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৯৩
অৱয়ব