পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ বাহী। [ ২ বৰ, ১• সংখ্যা। - “ৰপুৰ-সাহিত্য পৰিং পত্ৰিকা। পঞ্চম ভাগ। অতিৰিক্ত সংখ্যা। সে পুৰে ইতিহাস। আহৰগোপাল দাস কু প্ৰণীত—ঐতিহাসিক গবেষণাৰে “সেৰ পুৰেৰ ইতিহাস পৰিপুৰ্ণ। লেখকৰ পৰিশ্ৰম সাৰ্থক হৈছে। তেওঁৰ সাহিত্যসেৱা খৰাৰ যোগা। “কামৰূপৰ নতুন পঞ্জিকা। ১৮৩৩ শক। ৬ আলিবাড়ি সত্ৰ নিবাসী আল প্ৰীযুত নাৰায়ণ দেৱ গোস্বামী স্মৃতিৰহ্বানুমোদিত। গন্ধিয়া গ্ৰাম নিবাসী এক দেশ। শিৰোমণি ও যোগনাথ দেৱশৰ্ম্মা বিদ্যানিধি ও চন্দ্ৰ মাৎ সেৱশৰ্ম্মা জ্যোতিষৰলে পশিতম। এতোগনখ দেশৰ্ম্মা বিদ্যানিধি সংশোধিতম। মেনেজৰ শ্ৰীবোৰে নাৰায়ণ দেৱ গোস্বামী ও যোগেনাথ দেশৰ্ম্মা বিদ্যালিখিনা প্ৰকাশিত। কামৰূপ ৩ আজি ৰাড়ি সত্ৰ কমলা” প্ৰেছত পৰািম বৰ্ম্মা তালুকদাৰ গাৰাছাপা কৰা হল।" এই অসমীয়া পঞ্জিকাখন পাই আমি আনন্দিত হৈছে। পাতনি লেখা হৈছে-*আগৰ দিনত আমাৰ অসম দেশ ও সংস্কৃত ও জ্যোতিষ বিদ্যাৰ বৰ চৰ্চৰ্চা আছিল,...অগেয়ে আমাৰ দেশ...কাৰ্যপদ্ধতিৰ পুথিষিক ব্ৰাহ্মণ পণ্ডিত বিকে নিজে নিজে লিখি লৈছিল। আগৰ দিনত জ্যোতিষিক ৰাহ্মণসকলে পঞ্জিকা গণনা কৰি হাতে লিখি লৈ চলাইছিল। স্বৰ্গীয় সাম ৰজাসকলেও দেৱালয়বিলাকত তিথিকৰ বৰদেউৰি নিযুক্ত কৰি সেই হাতে লেখা পঞ্জিকা বাবা কাধ নিৰ্মাৰ কৰিছিল কিন্তু এভিয়া আমাৰ দেশ কোনো কোনো মানুহে...বাণী পত্ৰিকা ব্যৱহাৰ কৰিৰ ধৰিছে। তেওঁলোকে এইটো নেতাৰে বে সেই বাণী পঞ্জিকা চাই কাৰ্যাদি কৰিলে তেওঁলোকৰ কাৰ্য পণ্ড হব। ৰ সকলো দেখতে সূৰ্য এক সময়ত উদয় হয়; আমাৰ দেশত যেতিয়া সূৰ্য উন্ময় হয় তাৰ ৪৪১ পল শত সেই বঙ্গাল দেশত সূৰ্য উদয় হয়। সেই অঙ্গাল দেশৰ গণিত পত্ৰিকা চাই আমি কাৰ্য নিৰ্বাহ কৰিলে আৰাৰ কাৰ্য্য যে ঠিক সময় মতে হয় আৰু সহ নিৰ শাৰি। আমি এই অসমীয়া পত্ৰিকাখন এতে অসমীয়া হতে তে দেখিবলৈ ণা কৰে। মূল।"--উপন্যাস। নোচ গোস্বামীৰ সহায় দুশে বৰুৱাৰ ৰা প্ৰকাশিত গ্ৰন্থকাৰ নাই। এয়া মেয়ে হওক, আয়িকাৰি