পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

S26 বাহী। [২] বৰ, ১ সংখ। মিয়ত অসত কনিতা শাম পালে। অপু পুৰুষসকলৰে একোতে তুলনাৰ ঘোগা হয় সোৱাৰি কলিতা নাম পোৱাত তেঁওলোকৰ পৰা কম নাছিল, ফলিত ৰাৰ নামেই ইহ্মৰ প্ৰমাণ। এতিয়াও অসমত এনে মানুষ নাই যি কলিতা ৰাৰ নাম নাখানে, যাৰ মূৰে এবাৰ কলিতা জাৰ নাম ওলোৱা নাই, কিন্তু সেই কলিতাৰৰ বংশধৰসকলৰ এতিয়া আকৌ দুলাই এনে হীনাৱা যে ইবিলাকে নিজেই নিখক সেই কলিতা ৰাজাৰ পথতি বুলি বিশ্বাস কৰিব নোৱাৰি ইউৰোপ কলিতা বিচাৰে গৈ। কলিঙ্গা ৰৰ দেশ যে উত্তৰত বুলি কয়, সেইটো ভাৰতবৰ্ষৰ উত্তৰকে বুজিব লাগে। মিলৰ উত্তৰত বুলিলে ভাৰতবৰ্ষৰহে উত্তৰ, হিমালয়ৰ ওপৰত উঠি আৰু উত্তৰে হিমালয় বিচাৰি নালাগে আৰু হিমালয়ৰ কল এডোখৰকে যে বুজায় এনেও নহয়, খাইবাৰ পাচৰপৰা সদীয়ালৈকে ৰা ব্ৰহ্মকুলৈকে গোটেইটো শৰ্বকেই বুজায়। ব্ৰহ্মৰুতৰপৰা কৰতোলৈকে এই ঠাই ভোবও এই উত্তৰৰ হিমালয়ৰে অংশ মাখোন, এই বিষয়ে আগেয়েও উকিৰা হৈছিল, এই নিমিত্তেই এসময়ত এই অঞ্চলৰ ৰা কলিতাৰ যজ্য উত্তৰত বুলি প্ৰসিদ্ধ। অসমৰ কলিঙ্গৰিলাৰু কলিতা ৰজাৰ বংশৰ আৰু কলিতা বা পুৰ গোসকলৰ বংশৰ খোলা কথাটিত এটা আঁলোৱহ ওলায় যে তেন্তে কণিত। সকলক পুৰ্বে শৰ্গ নামেৰে ভূষিত গোটেই অঞ্চলতেই পোৱা উচিত, কিন্তু মিচিমি পৰ্শ, দক্ষ পৰ্ম্মত, ভুটীয়া পৰ্মত আৰু কৰতেয়াৰ পূবৰ ৰংপুৰ জিলাত কলি পাবলৈ নাই। এই কেইঠাইত কলিতা নোপোৱাৰ কিন্তু ভাল কাৰণ পোৰা ঘাঃ। ৰংপুৰত কলিতা নে নাই এনে নহয়, ৰংপুৰৰ কায়স্থগকলেই কবিতা। অলপ দিনৰপৰা তেঁওলোকে কয় বুলি পৰিচয় দিবলৈ ধৰাত এতিয়া কলিতা মাত আমাৰ মোহোৱা হৈছে। কণিতা নাম কালৈকে ছেলেকে ৰংপুৰত আৰু ওচৰে কাৰৰ পৰাক্ৰৰে সৈতে ৰাজত্বকেই কৰি লি। বুকানন হেমিল্টন চাহেৰে ৰংপুৰৰ কলিতা সম্বন্ধে লেৰি গৈছে The Kalitas once had grat sway in Rangpur; and many of those remaining there have assumed the tille of kaists" (Dalton's Ethnolgy, page 79),