“হাম ৰাজবংশ আলি নিজে এ জমা আছে এবং তাহা খালা আষা হইতে সাত নহে। সে সময় বাঙ্গালা ভাষাৰ মাত্ৰ এ বিকাশ ইভেনি তৎকালেই ৰাষংশি আম এতদূৰ পূৰ্ণ প্ৰাপ্ত ব্যাখ্যা কিপূৰ্ণ গ্ৰন্থ উহাতে ৰচিত হইতে পাৰি।” ৰাজবংশি ভাষাই প্ৰচলিত বাঙ্গালা ও আসামী ভাষাৰ জন্মদাত্ৰী। আমি শোধে, বঙ্গৰ জন্মদাত্ৰী ৰাজবংশী ভাষা থাকোতে বিজয় উলিৱাসকলে বলা ভাষাভ বিজয়া লেখি উলিয়ালৈ কি। নিজৰ পুৰ্ণতা। এ আৰু অ্যাত্মিক তত্ত্ব পূৰ্ণ প্ৰস্থ ৰচনা কৰিৰ পৰা ভাষা থাকোতে লোকৰ পঙ্গলা খাত নিজৰ কাকত লেখিবৰ মানে কি? আমাৰ সন্দেহ হয় যে বিজয় উলিৱাসকলে কিজালি লোকৰ কা শুগিহে ভালকৈ নাতৰি এনে পশৰ যি (Contradictory) ভাৰৰ কাৰ্য কৰিছে। কোটবোৰৰ মায়েৰ এযুত হৰেন্দ্ৰনাৰায়ণ চৌধুৰীয়ে ৰাজবংশিক্ষণেৰ মাতৃভাষা গৱতঃ বাঙ্গালা ভাষাৰ একটা উপভাষা মাত্ৰ বোলাত হৱেম্বৰাবৰ ওপৰত বিয়াৰ খং উঠিছে, অথচ তেওঁ সেই বংলা ভাষাৰে ওচৰত গণব হৈ জিলা মাগি। নিজ ধ মানিছে! আচৰিত কথা! | বিয়াই কৈছে-“ধুনা জাহা বঙ্গদেশ বলিয়া অভিহিত তদপে এটা। এই মোক কামৰূপ। যখন দেশেৰ অধিকাংশ ভাগ এলধিগৰ্ভ নিহিত লি, যখন বঙ্গদেশে স্থান অৰণ্যানী পৰিৱত হিংস্ৰ জন্তুৰ বাস ছিল, যখন বঙ্গদেশে গমন কৰিলে বিগণেৰ পুনঃ সংস্কাৰে প্ৰয়োজন হইত, তখনও কামৰূপ ৰাজ্য মহা সমধিশালী জনবহুল ক্ষত্ৰিয় শাসনে নুপৰিচালিত দেশ। আমিও কও এৰা। নেহলে, এনে পৰিয় মুগখ্য কামৰূপৰ ভাষা এৰি দেশৰ ভাৰাৰ “চোগা চাপকাৰ পিন্ধি বিয়াই যাত্ৰা কৰি ওলোৱাৰ বাবে কি? এই প্ৰশ্নই ৫ মাধ্যেৰ মাক হাল কৰিছে। ৰাজবংশীল ক্ষত্ৰিয় বুলি বিজয়াই লৈঙ্গেশ্ৰী নামে খাল, সদা জাৰি পাত্ৰ, ৰাজবংশী নামে যা এবে এ ধৰায়। আৰ্থ-সাথে মাঝ, সেহেতু ক্ষত্ৰিয় অজ, অনাৰ্য ও সামে সৰে কৰে অভিহিত।” আমিও এই কথা নাখানি তেওঁলোকৰু মন বিষি। কিন্তু তেওলোকে লিকা কামৰ গুৰা থাকোতেও কিমি লোকৰ মত, সেই তাৰ হাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৬৮
অৱয়ব