পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাহী। (২য় খৰ, লংখ্যা। ভোকেন্দ্ৰ বৰুৱাৰ মধ্যলীলা। প্ৰথম আধ্যা। সনু ৰণত পৰি ৰীৰ চুড়ামণি গেৱেৰ গুচি যেতে পল শৰ্মপুৰী অকলৈ, কো। হে দেবী অমৃতভাবিনি। শোকত কৰিলে কিবা জেতুকা-ঈশ্বৰী পশ্লিাগা? কলিকতাৰ নিপুৰ খ্ৰীটৰৰ এটাৰ খোটালী এটাত থকা পাঁচ মহা বেচৰ “তাপোচ এখনত পেট পেলাই পৰি কোকোয়ে(আজিকালি তোকে ৰৱা) অনেক ভাবি চিন্তি ওপৰত দিয়া কৰি কেইফাকি ৰচনা কৰিছে মাখোন, এমেতে সেই “মে” নিবাসী যুত সোমনাথ শইকীয়া আহি তেওঁৰ পিছু ফালে থিয় দিলে। সোমনাথ যে পিছ কালে থিয় দি আছে- হি, সেই বাতৰি জোৰে মুৰে তেতিয়াও পোৱা নাই। ইতিমধ্যতে সোমনখৰ চকুত চোফে বিৰচিত, কবিতা কেইফাকি পৰিল। সোম- মাণে বুজিলে যে কাশ-কুসুমৰ মলা গখাত জোফে কৰি ইমান নিয়ম হৈ আছে ও সেই মলাৰ শান্তি নকৰাকৈ তেওঁৰ ফালে ভোকেশ্বৰ মনযোগ আকৰ্ষণ কৰিবৰ আৰু ৰাৰ উপাৰু নাই। সেইদেখি সোমনাথে মাত লগালে-“কি হে কোকোন্দাই!—এবিষ্ণু!-জোকে! তুমি দেখোন মাইকেল মধুসূদন দত্ত হৈ পৰিল! চমংকাৰ কবিতা! আশ্চৰ্য।" কাব্য-ফুলৰিক্ত খহি একা মনে কৰিভাৰমাখি থাকোলষ্টোকেই হঠাৎ এই কথাৰ শুনি উচপ খাই উঠি উক্তি চাই দেখিলে ও তেওঁৰ যা সোনাখ। অগত্যা তেওঁ বন্ধু এক আৰু কবিতাক লঘুত্ব দি হাতৰ পেঞ্চিল ৰৈ আগ্ৰহেৰে মাত লগালে–জ সোমনা। আহ, আহ, বহু, । ফেতি ইয়ালৈ আহিল৷ মই তো গমকে পোৱা নাছিলোঁ। সোথ।নেপাৰা তো গৰ; তুমি কি দোলেনে কালিদাস বভূতি, গেলি , নডি, কে কাকে কবি'