৩৮৪ [ বা, ৯ম সংখ। ব্যৱহাৰ সমালোচনা কৰি দেখিলে কায়স্থ উৎকৃষ্ট কলিতা তাৰ পাছৰ বুলি পাৰি। অতীজৰপৰাই এই সিদ্ধান্তই চলি আহিছে। কায়স্থ বিধ শূদ্ৰই ল বাহ, আৰু বহুৰ, পৰপুৰ্ব সংৰা আৰু বিধবা স্ত্ৰী শ্ৰহণ কৰি কুঋগোলক সন্তান উৎপাদন নকৰে। সেইবাবেই সিবিলাকক সং শূদ্ৰ ৰা উত ত্ৰ ষোলে।। পূৰ্ব কালত পলিতাও কায়স্থৰ লগৰে আছিল বুলি অনুমান কৰিব পাৰি। কিন্তু সিবিলাকে নিকট ফৰ্ম্মবিলাক আচৰণ কৰা বাবে কুল লেপ হৈ কলিতত পৰিণত হল। কিন্তু গুৰি বিশুদ্ধ বাবে তেওঁলোকে কেউ আৰু কোচ ওপৰত আসন পালে। চলিত প্ৰথমতে বোধ হয় এই সিদ্ধান্ত অগসিদ্ধান্ত সহয়। কিন্তু ১ম বছৰৰ ১১ শ সংখ্যা যাইত দেখিবলৈ পোৱা হল যে, কলিতা শ্ৰেষ্ঠ জাতি আৰু পুৰণি ক্ষত্ৰিয়। কায়স্থ জাতি বৰ্ণসঙ্কৰ কলি- তাতকৈ সকলো বিষয়ে হীন। এই বিষয়ে ২য় বছৰৰ বাঁহীৰ ১ম সংখ্যাত সংক্ষেপে লেখা হৈছিল। কিন্তু ২ বছৰৰ ৫ম সংখ্যা বাহীত আমাৰ লিখিত বিষয় অবৈধৰূপে প্ৰতিক্ষিত হৈছে। এতে আমিও আত্মশুদ্ধি বিষয়ে মঙে অলপ লেশিষলৈ আগবাঢ়িব লগাত পৰিলে। ২য় বছৰৰ ১ম সংখ্যা বাহীত অখিপুৰাণৰ বচন উছুত কৰি দেখুৱা হৈছে যে কায়স্থ শূদ্ৰৰ প্ৰপৌত্ৰ, কায়স্থ জাতিবাচক শব্দ নহয় নামবাচক মাত্ৰ, জাভিত শুদ্ধ। ইয়াৰ সাধাৰণ প্ৰমাণৰ চৰিত্ৰত একে ব্যক্তিকে কায়স্থ আৰু শুভ্ৰ বুলিছে। "কুলত কাস্থ সৰে আচাৰ বিৰ। গৌড়েশৰে যাৰ খ্যাতি শুনিছে বিস্ত। শুনিয়া শঙ্কৰদেৱে বুঢ়ী জাইক বুলিল অসন্তোষ কৰি খনও। বিধৱাসৰ ৰা অমুক ভুঞ্জিৰে। কেনে উত্তম পূবৰ বৰ দোষ। অশৌচি ী তুবি, শুভ্ৰ তুলে উৎপতি তযুপুল মুহিকে উচিত।” ৰাৰ চৰিত্ৰ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৪৬
অৱয়ব