পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২ ১ সংt এই অনালে পুলিশ তীৰ্থত লালাৰ উৎসৱ দেখি আহিছে। আশোক এটি আমোলৰ উৎসৱ দেখুৱাবলৈ হক। ৰায়ৰ মৰ বুজি গেয়ে ফল বিখৰ খৰচ লাগে, কি একাৰে উৎসৰ কৰা ৰ। তেওঁ উত্তৰ কৰিলে বিশাল লাগে নিয়াহৰ, কৰিবলৈ মেম হেলা নকৰে। ইয়াকে শুনিয়ে কলে আৰু ৰোগৰ কৰা যাওক। ৭ মাছৰ পূৰ্ণিমা জিভি বানী গোপালৰ গোলোৎসৱ, সেই গোল কৰিবলৈ খৰচা আঙ্গি ঠিক কৰি বজাত সংগ্ৰহ কৰিব লাগে। এই দৰে আলাপন কৰি দোল খাই মেষ শাহ সমাখা কৰাই ৰ পিছ দিনা পুৰ্ণিমা তিথিত গোবিক দৌলত উঠাই উৎসৱ আৰম্ভ কৰিলে, তদন্তৰ তৃতীয় দিন গোবিন্দ ফুৰাই আনি পুৰনিৰ মন্দিৰত প্ৰবেশ কৰালে, তুসকলে দেখি মহা অনিল লাভ কৰিলে। আৰু এদিন জ্ঞাতি বস্তু সকলে শঙ্কৰদেৱক জনালে বাপ! আপুনি শনুষ শৰীৰ গৰিয়ে হয় যদি এ কাৰ্যৰ বশৱৰ্তী হৈ চলিয়ে তথাপি ঈশৰত্ব তাৰ প্ৰতিমুহুৰ্তেই দেখা গৈছে; উদানী কুৈণ্ঠৰ আৰ্হি দেখুৱাই এটি মহোসৰ দেখুৱাবলৈ অনুমতি হক। গতসকলৰ কৰুণ বাক্য শুমি মনুষ্যৰূপী একুৱে সেৱকৰ ৰা সফল কৰিৰ ইচ্ছাৰে অং চিত্তক কাৰ্যত হাত দিলে। কোনো বাঢ়ৈক মতাই আনি পদূলিত থকা বেল গছজোপা কাই মদনগোপাল প্ৰতিমা সাজিবলৈ অজ্ঞা কৰিছে। বাঢ়ৈয়ে কাঠ কাটি কি আৰ্হিৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হয় সুধিৰ কাৰণ শঙ্কৰ দেৱৰ ওচৰলৈ গৈছে; ঈশ্বৰ পুৰুৰে নিৰ ৰূপ ধাৰণ কৰি স্নান কৰিছে, কোনো- লাই দেখি আচৰি আনি পিছলৈ আহি ঘটতে ৰৈ আছে, মানাতে ১১ ময় সমুদায় বিবৰ জৰি যাতে সুধিছে কি প্ৰয়োজশে অহা হৈছে; কোবোলা গুৱকে সাৰাদে প্ৰণিপাত হৈ আলাইহে প্ৰভু! প্ৰতিমা কোন আৰ্হিৰে সিৰ্ম্মাণ কৰা হয়। যদি আৰ কোনো মূৰ্ত্তি তোমাৰ দেখা হোৱা শাই তে যি দেখিয়া সেই, এং আমাৰ আৰুতিৰে প্ৰভ কৰি সোম- কালে দিবলৈ ধৰি; বা বিৰোগ কৰি কোৰোলাই শঙ্কৰৰ আকৃতি প্ৰতিমা নিম্ম কৰিলে। এই শিৰ্মিত মুৰ্তি প্ৰতিষ্ঠা কৰি প মৰ নিমিতে ৰাময়ৰু লে, সকলো ৰাসকলক নিষণ কৰা, মন্দিৰ সখি মুঞ্জি পল ৰা হব। ৰ জ্ঞানে বা ব্ৰাহ্মণসকলৰ