পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শও, ১৮৩৩।] গুৰু-চৰিত্ৰ।। গিলে এতিয়া লেখা পাওঁ আৰু শুনিবলৈকো পাইছে যে বদেশী লোক সকতে টানকৈ স্বদেশী বন্ধৰ চিৰ ধৰি সেইবিলাকক (তিৰী পুৰু দুয়ে) কৰিবলৈ ধৰিছে আৰু বহলাই শিক্ষা কৰিবলৈ আৰও ৰি। আৰু কিছুমান বছৰৰ পিছত সেইবিলাক কামক উ আহত তুলি তেওঁবিলাকে উলটি আমাকে শিকাষছি। আমি খেতিয়া তেওঁবিলাকৰ একোটি কোটি কাপোৰৰ কাৰখানাত আমাৰ তিৰোতাকে কুলি খটাই পাইচ আই কালি কিমি খাবলৈ বাধ্য হম! আমাৰ দেশত আজিকালি যেনে কোষেৰে বিদেশী কাপোৰ বিক্ৰী হবলৈ ধৰিছে, ইয়াতেই অনুমান হয় যে, অসমীয়া শিপিনীসফলে সূতা কটা যে পাহৰিনেই, আৰু ২৪ বছৰৰ ভিতৰত কাপোৰ যোৱা কামটিও একেবাৰে পাহৰি পেলাব। অগিয়ে বাবু হবলৈ শিকোৱা কথাখিনি যে অসমীয়াই গঙ্গালীৰপৰা লৈ বাৰু হবলৈ শিকিলে, এতিয়া কৰ্ম্ম হোৱা তেওঁ- বিলাকে “দেশী” প্ৰচাৰ কৰা কথাখিনি শুনি কৰ্মী হবলৈ নিশিকে কি? হায় অসমীয়া! এলেহুৱা হোৱাৰ পিনে হলে সোনকালে ঢালখাল, এতিয়া লেখক দেখি কী হোৱাৰ ফালে হলে আকাশ মাৰি আহা! ক্ৰমশঃ কমলাকান্ত ভট্টাচাৰ্য। গুৰু-চৰিত্ৰ। গুৰু ভাতা বনগগিৰীৰ আকৌ বিবাহ কৰাবৰ মন হয়। এই বিবাহ কন্যা—জাতি বিৰোধী কামত কোনো লোকে সন্তোষ পোৱা নাই, পূৰ ৰিছৰ গৃহিণী জেষ্ঠজনাই গোসাঁইৰু অনালে যে আপুনি সেই বিহুলৈ নেন, বিবাহৰ দিল প্ৰসঙ্গ হক; পিছত সেই দৰে বুঢ়ী নাম সেৱ পাতিলে। * জনকে বিহুলৈ নিমন্ত্ৰণ কৰিলে; ভ্ৰাতৃয়ে এৰাব নোৱাৰি সি। কৰিছিল কিন্তু ভোজনলৈ অনুৰোধ কৰাত গা বিষয় গান কৰা অসুবিধা বুলি আসেৱাহ পেখুৱাই আহাৰ নকৰিলে; তৃবধূত এই বাতৰি কোৱাত মনও এ সন্তোষ পালে। ৰাৰা আতৰ জাখো দেখিবৰ মন হোত এদিন