বাহী। [ ২ বছৰ, ১সংখ্যা। ডাঙৰীয়াৰ সংখ্যা বঢ়াই আনিছে। এই কাৰণেই জাগাৰ দেশৰ সৰহতাশ মানুহে পৰিশ্ৰম কৰিবলৈ এৰি খেতি কৰাৰ সালে পিঠি দিছে। আৰ পিৰে মালা ৰকম বিদেশী লাহু-বিবাহৰ বস্তু ওশাই বেৰত গাঁঠি এটা দিব নজনা নপুংসক ডেকাসকলক ধুন পে মাৰি ফুৰিবলৈ অতিকৈ সহায় কৰিছে। এই সাহ-বিলাহৰ কাপোৰ-কানি জোতা মোঙ্গা আদি নানা তৰহৰ বিদেশী তবে, খুনৰ ধুনীয়াসকলক যে অন পিনে লাহে লাহে লাওখোলা লোৱা ইছে আৰু লোৱাবলৈ ধৰিছে তাৰ পিনে আমাৰ তেখেতসকলৰ খবৰেই নাই। এই অসম দেশত বৰ্তমান যিমানখিনি খোৱা লোৱা পিন্ধা-উৰা বস্তুৰ আমদানি হৈছেমানে সকলোবিলাকেই বিদেশী, দেশী বুলিবলৈ গলে এৰি মুগা কাপোৰ কেখনিৰ বাহিৰে একোৱেই নাই। আগেয়ে শিপিনীয়ে কাপোৰ-কানি ৰত বৈ কাটি লোৱাৰ বাৰে কো-গোলাৰ মৰাপটাষা বিলাতী চুৰিয়া চেলে কিৰিামাৰ মানুহ দুখীয়া হব লগাত নপৰিছিল; কিন্তু এতিয়া আমাৰ কেউপিনে মৰণ হল, দেশৰ শিপিনীয়ে কাপোৰ যোৱা এৰি বাবুৱনী হবলৈ ধৰি বিলাতী সাৰী জেকেট আদি নানা ৰকমৰ লাহ-বিলাহৰ পিন্ধা-উৰা বল্প দেণি পৰিশ্ৰম নকৰাকৈ ধন ভাঙি লাহতী হবলৈ শিকিছে। আমাৰ দেশৰ মানুহক বিডিঙালি মাৰি বাৰু বাবুনী হবলৈ শিক্ষা দিয়াৰ গুৰিত কালী আহি যে তাৰ ভুল নাই। এতিয়া হে বঙ্গালী ভদ্ৰলোকসকলৰ চেতন আহিছে আৰু তেওঁবিলাকে টান পাই ৰাম বুলিবলৈ শিকিছে, ইতিপুঝে তেওঁ- বিলাকৰ প্ৰায় অনেক ভদ্ৰলোকে চৰকাৰী বিষয় হৈ আমাৰ দেশত থাকি আমাৰ বিৰুদ্ধে এনে কথা বনাবনি কৰা গুনা গৈছিল যে আসাম দেশে ভদ্ৰলোক নাই, সকলে চাষ। আৰ সকলেই তঁতী”। এনে দৰে নিন্দাবখন। কৰা যেতিয়াই আমাৰ দেশৰ মানুহে শুনিবলৈ ধৰিলে তেতিয়াৰপৰা নিজ হা- তেৰে কাম কাম কৰা অভ্যাস এৰি বাৰু হৈ আহিব ধৰিলে আৰু আগৰ দিনৰ ভাগ মানুহৰ ঘৰৰ ঘৈণী, জিয়ৰীসকলেও সুকাভুকা খেলাৰ দৰে মোৰ নিমিত্তে হে কেতিন্নাৰ কেতিয়াবা একো একো ডুখৰি কাপোৰ লৈ ধৰিলে। প্ৰায় সব ভাগেই-এই কামুক পোট পেটে ঘিণ কৰিয়েই হওঁক বা লাহতী মালেতে, সময় নোপোৱাৰ গতিকেই হওক এতিয়া লাহে লাহে এৰি আহিছে। এণ্ডি। আমি যিবিলাক কাক – কাল ধূলি বিশ্ব কৰি এৰি আহিবলৈ ধৰিছে অন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩৮
অৱয়ব