পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাওণ, ১৮৬০।] গুটিগিয়েক চিন্তাৰ ঢৌ। ৩৭১ আঙীয় জীৱন ৰক্ষা কৰিবৰ অৰে যি ধৰ্ম এবং যেনে শিয় প্ৰশালী ব্যৱস্থা লাগতিয়াল আৰু নখবি যদি আমি এগৰ পুৰণি দিন। ( এতিয়াৰ যিবিলা অলাগতিয়াল) নিয়ম প্ৰশ্বাণীৰ ব্যৱস্থাতেই থাকে। তেনেহলে আমি বিনষ্ট নহৈ আমাৰ জাতীয় জীৱৰ ৰা কৰিব পাৰিনে? আসামৰ বান কি মুৰ্দি উপস্থিত হৈছেহি। এই গো এতিয়াৰ দুগৰ ধৰ্ম কৰ্ম শিক্ষা বি জাতীয় জীৱন গঢ়াত বৰ্তমান কোনো মহাপুৰুৰেই বাহিৰ হোৱা নাই। আলামত মধ্য-মুগত শঙ্কৰদেৱ আৰু মাধৱদেৱেই যি দুই মহাপুৰুষ জন্ম গ্ৰহণ কৰিছিল, সেই দিনৰেপৰা আজি পৰ্যন্ত বৰ্তমান উন্নত জ্ঞান যুগ আমাৰ ৰাইজ কি দিবৰ নিমিত্তে কোনো মহাপুৰুৰেই বাহিৰ নহল! হায়! এভিয়া আমাৰ কি মোৰ এৰ অৱহা! হায় হায়! আজি আমাক বাট দেখাও। কোনো মানুহেই আমাৰ দেশত স্ম গ্ৰহণ কৰা নাই মে? আমি ফোনটি নো আট কোনটি নো অবাট চিনি নেপাই দিহিঙে-দিবাঙে ফুৰিছে। কোনো জাতিৰ বুৰ জীয়েই আজিলৈকে প্ৰমাণ কৰিব পৰা নাই যে ধৰ্ষক নাৰি পৃথিবী কোনো জাতিয়ে উধাৰ পৰিছে। আমাৰ অসমীয়া জাতিৰ অধঃপতনৰ মূল কাৰণ হৈছে যে আমি কোনো ধৰ্মকেই পৰা নাই। আমি হিন্দু ধৰশী বুলি কওঁৰু হয় কিন্তু হিন্দুধৰ্ম নো কি তাৰ বু নেপাওঁ। আমাৰ ঈশ্বৰ আছে বুলি কোৱা আৰু নালিকে নাই বুলি কোৱা কা সমান, কিয়নো নাস্তিকেও ঈৰৰ স্বৰূপ-গুণ কি তাক ধৰিব নোৱাৰে আমিও তাক নোৱাৰে। আমি বুদ্ধে। মানুহক চুৰ ডকাইতি মিছা শো আদি পাপ কাম ঈশ্বৰে কৰায় আৰু পুণ্য কামকো ভেৱেই কৰায়। আশাক কোনে ধৰ্ম্ম শিক্ষা দিব? আমাৰ আসাযত শঙ্কৰদেৱ, আখদে, পালো- দেয় অফ গেউগোপাল এভূতিয়ে যি পৰিত্ৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসম সময় ধৰ্মেৰে পোহৰাই গৈছিল, আজিকালি সেই পৰিত্ৰ খত হু যুগৰ নতুন আনৰ ভাৰ যোগ দি আমান উন্নত খায় বৰ্ষ পাতক ছবি, আমাৰ শৰ্মৰ ধৰণী বেলোৱ গোসাই মহন্তসকলে নিজৰ পেট ভৰোৱা ধৰ্ম প্ৰচাৰ কৰিছে। হায়! এনে নহৰ লো কি? যি অসম দেশৰ গুৰু যো গোসই বামুণ মৎসকলৰ ভিতৰ চাৰি