বহী। [২য় বৰ, ৯শ সংখ্যা। মহাপুৰুক কৰি ৰা খেতিৰ কাম শিা দিয়া শক্তি দি আমালৈ আঙ্গ জীৱনৰ চানেকীৰিলাক পাঠিয়াই থাকে। কিন্তু মনত ৰাখিষা, সকলোবিলা এ জীৱনৰ মূল চনেকী পৰম পিতা পৰমেশ্বৰ; তেওঁৰ প্ৰতি লক্ষ্য নোখিয়ে কোনো চানেকীয়েই ঠিক নয়, এই কাৰণে ঈশ্বৰতত্ব আত্মতত্ত্ব শিক্ষা দিয়া গুৰু আমাৰ প্ৰধান শক, তেৱেই আমি সকলো মহা পুৰুষৰ জ্ঞান শিক্ষাৰ গুৰু আৰু মানিব লগীয়া; যিহেতু জ্ঞানেই বুদ্ধিৰ | যুগে যুগে না জান-বুদ্ধিৰ অসংখ্যাত মহাপুৰুৰ পৃখিবীত অৱতাৰ হোৱাৰ মানে কি? তাৰ মানে গমি চালে ইয়াতকৈ আন একো পোৱা নেয়ায় যে দৰ্শন শাস্ত্ৰই সৃষ্টিতত্ত্বৰ মুলত দুটি ক্ৰিয়া ঠাৱৰায়, এটি বিবস্ত্ৰ অৰ্থাৎ ক্ৰমবিকাশ, আনটি পৰিণাম অৰ্থাৎ নয় ক্ৰিয়া। অগং উৎপত্তি বিকাশ আৰু নয় এই তিনটি কথাৰ অধীন হলেও কিন্তু আদি উৎপত্তি, অন্তু নয়। বিকাশ মাজতে স্থিত। এই স্থিতি ক্ৰমবিকাশ নিয়মৰ এখীন; যেনে কেচুৱাৰপৰা চালুকীয়া, চালুকীয়াৰপৰা লৰা লৰাৰপৰা ডেকা, ডেকাৰণৰ বুঢ়া, বুঢ়াৰ শেহত মৃত্যু। এই দৰে জ্ঞান ৰাজ্যও এৰে নিয়ৰৰেই অধীন। কেচুৱাৰ যি জ্ঞান চালুকীয়াৰ সেই জ্ঞান হয়, চালুয়াৰ যি জ্ঞান লৰা অৱস্থাত তাতকৈ বেলেগ; লৰা অৱস্থাত যি জ্ঞান পাৱা যায় ছেকা অৱস্থাত সেই জানেই নতুন আকাৰ ধৰে আৰু বুঢ়া খৱ- সাত ৰাখো বুঢ় য় অৰ্থাৎ আৰ পূৰ্ণতা জন্মে। সেই গৰে ৰায় গতক বিপিকৈ ৰাখি পূৰ্ণভাৰ পিলে নিৰৰ কাৰণে দয়াময় হৰিয়ে মানৱ জাতিলৈ নতুন নতুন যুগৰ (অৱস্থাৰ) উপধোপ চুন-ফুৰণৰ ব্যৱহু নিয়ম আদি কৰি যোৱাৰ কাৰণে ৰা মানুহক শিক্ষা দিহ্মাৰ অৰ্থে নানা জ্ঞান বুদ্ধি এক শিা দিয়াৰ উপযুক্ত বিশেষ অঙ্খবিলাক যুগে যুগে (অৱস্থাৰ) প্ৰেৰণ কৰে। শয়ানে খণি এলে নকৰিলেহেতেন, তেনেহলে মানৱ জাতিৰ স্থিতি তেল। এই কাৰণে গীতা ভগৱানে গং কৈছে যে হিস্য গানিতি। অত্যুখালস তখনং অজামাং। পৰিয়ানা সাধুনাং লিশেৰ অগ। সাপলা গৱামি যুগে যুগে। এজি আমাৰ সৰ সেশী নাইকালে ফ ন যুগে যুগে আমাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩২
অৱয়ব