শাওণ, ১৮৩৩।] গুটিকয়েক চিন্তাৰ চৌ। ৩৬৯ হৈ পৰে যে ভাৰ ভুল নাই। গানৱত্মা স্বাধীন হলেও এইজাৱে পৰমাত্মাৰ অধীন। মুঠ কথা মানৱাৰ স্বাৰ পঢ়িলেই বুজা যায় যে তেওঁক বেশ ভিতৰৰপৰা আন এজলে কৰ্তব্যাকৰ্তব্য যা জল বেয়া শিক্ষা দি আছে। মানৱাক্স অপু। এইবাৰে পূৰ্ণ জ্ঞান শিক্ষা ( অন এনে যেন তেওঁক উন্নত কৰিবৰ চেষ্টাও আছে। দেখিবলৈ গলে মানুহ শিকাৰ এখীল, কাৰণ মানুহৰ খজাত দুটি গুণ মাইকে পোৱা যায়—এটি অনুসন্ধান কৰা আনটি সকল বা অনুকৰণ কৰা। অৰণ কৰা প্ৰস্তাৱটিয়ে শিকিবলৈ বিচৰা স্বাভাবিক। যেই সেই কথাকেই অনুৰ কৰিবলৈ শিক্ষা কৰাৰ মুলত এটি আগৰ্শ ৰা চানেকী। চানেকী নেদেখিনে মানুহে হি দেখি নকল কৰিব? চানো দুবিধ, এবিধ কালৰ অপৰ বিধ বোৰ। ভালৰ চানেকীখনি হৈছে বিৰেকৰ বা সত্যৰ, বেয়াৰ চানেকীখনি হৈছে অনিয়ম বা অসত্যৰ। মানৱাৰ জ্ঞান অপূৰ্ণ গতিকে সহজে অসত্যৰ ফালে চা খায়। অসভ্য ফালে ঢাল খালেই মানুহে সত্যৰপৰা বিচুত হৈ অৱশ্য সৃষ্টিৰ বিনাশ সাধন কৰিব বুলি ভগৱানে যুগে যুগে অৱতাৰ ধৰি আশ পুৰুষ হৈ যান গভক শিক্ষা পেয়েছি। এই জাদৰ্শ পুৰুষবিলাকেই হৈছে আমাৰ শিক্ষক বা মহাপুৰুষ। “যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। বাবিক মানুহৰ একো একোটি জাতিৰ যুগে যুগে অসংখ্যাত মহাপুৰুষ বা শিক্ষক জহি জন্ম ধৰি নানা বিষয়ৰ জ্ঞান বুদ্ধি মানৱ অভিক শিক্ষা িযায়হি, প্ৰেমে মহলে (Protective Cause) আইন কেমেৰু হয়। মানুহৰ জ্ঞান অপূৰ্ণ গতিকে এখন গহপুৰৰ ওপৰত পূৰ্ণ আনবুজি শিক্ষা বিয়াৰ আৰু ভগৱানে কেতিয়াও নিদিয়ে। আজিলৈকে পৃথিবী ও মহাপুৰু এন্ম গ্ৰহণ কৰিছে এ গীতাৰ গৱান কৃষ্ণৰ আহিৰে কাৰৰ গাত জেনে মৰে পুৰ্ণ জ্ঞানৰ বিকাশ পোৱা দেয়, কিয়নো মাফল শ্ৰেষ্ঠ মানুহেই হে। এই নিমিতে এ জগত মানুহৰুৰি যি কাম উপ- বুও তা সেই পৰেশিক্ষা বিয়াৰ , কোনো পুৰৰ ঈশ্বৰ বিকা গিয়া, কোনো মহাপুৰুষৰু আৰক্ষাৰ্থে এ অ ৰক্ষাৰ্থে কৌশল শি মি, কোনো মহাপক খণি ৰয় শিক্ষা লি, কোনো মহাপুৰু আশা দি দিয়, কোনো মানুষ শিল্প নিয়া যাক কোন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৩১
অৱয়ব