আহাৰ, ১৯৩৩] গুটিদিয়ে চিন্তাৰ চৌ। ৩৫৯ জেই হওক বা মজণমানেই হওক ডে অসমীয়াই হৈ থাকিব লাগিব। তেও বজালী, হিন্দুশী, পাখী, বেইৱাল, মাদ্ৰাসী, কাবুলী, ৰী, চীন, জাপানী, ইংৰাজ, অৰ্মান আৰু কৰাটী ইত্যাদি কেতিয়াও নোৱাৰে। আমাৰ দেশত বৰ্তমান সমাজসংস্কাৰ লোহোৰ গন্ডিকেই দেশৰ মানুহে মুখতা-দোৰত যি দেশৰ মানুহুকেই দেখে সেই দেশৰ মানুহৰ বেয়া খাৱৰি ৰণ কৰি, মৰোৰী দেখি মৰোৱাৰী ঘৰ খে, ৰঙ্গালীক দেখি খালী হৰ খেৰে, আৰু ইংৰাজক দেখি ইংৰাজ হৰ খোজে। এলে তাবেই আমাৰ সমাজত নানা তৰহৰ চৰিত্ৰহীৰ গোৰ প্ৰবেশ কৰাইছে। এই চৰিৱহীনতাৰ দোষন্তেই সাত পাপে প্ৰৱল তাকে সোমাই মানুহৰ মনত ৰোৰ অৰ্ম আৰু অশান্তি স্থাপন কৰিছেহি। নানা তৰহৰ পাপে যি সমাজৰ আধিপত্য স্থাপন কৰে সেই সমাজৰ মানুহৰ যে পতন ই ঐ কথা। এনোটা যে অতি পৰাক্ৰমী এৱল জাৰিৰ পড়নৰ মূল কাৰণ আৰু পৃথিবীৰ বুৰীয় ভূৰি ঘূৰি প্ৰমাণ কৰিছে। যদি পিতৃ মাতৃৰ দোষ সৰু কালৰেপৰা লৰা ছোৱালীৰ কু অভ্যাস হয় অথবা সিহতৰ মনত পাপৰ জাল ওপৰুে তেন্তে সৰু কালৰেপৰা পাপ কু অসমৰ কাৰণে সিহঁত হীন নিশকতীয়া আৰু অল্পায়ু হৈ পৰে। অসমীয়াৰ নেতা বোলোৱা ডাঙৰীয়াসকলৰ দোষতেই আমাৰ পুলি-পোখা হি-হি বৰ উপক্ৰম হৈ। এই এটি বাই কাৰণত অসমীয়া মানুহ জুমে হীনশ্ৰী আনু হৈ দিনে দিনে মৃত্যুৰ মুখত পৰিছে। | নৈতিক বল কোনো এটি জাতিৰ ভিতৰত বঢ়োৱাৰ গুৰি হৈছে ধৰ্ম। মানুহ ধৰমী জীৱ মানুহে ঈশ্বৰ আহে বুলি জানে আৰু তেওঁক বিশ্বাস কৰে ভক্তি কৰে। এই হেতুকে সমুহে পাপ কাম কৰিবলৈ ঈশ্বৰলৈ ভয় ৰাখে, কিয়নো, ভাল খেয়া পাপ পুণ্য বিচাৰ কৰা মানুহৰ স্বাভাবিক ধৰ্ম। মা- হৰ তিৰ কেৰিণৰু স্বৰ্গীয় বৃদ্ধি আছেয় গম প্ৰেম ভক্তি ইত্যাদি। এইবিলাক বগীয় ও নানুহৰ গাৱত থকা পন্তিকে মা পশুতকৈ শ্ৰেষ্ঠ। মানুহৰ কাম আৰু বুটি দুইকে সমাণে ঈৰে কিবা গতিকে মানুষ স্বাধীন নীল, এই হেতুকে একেএকোটি মানুহ নিজে নিজে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৯
অৱয়ব