সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OG বাহী। [২৪ বছৰ, ৮ সংখ্যা। কেইজন ফুৰিৰলৈ ওলালে। কহিয়া সেনানিবাসৰ বাহিৰে আন একোৱেই নহয়। আমি এটা বাটেদি আহি আছে, আমাৰ ছাতি খোলা ছিল। কিয়নো,বৰ ৰ। এনেতে ওখ ঠাই এডোখৰৰপৰা পাহাৰ দি থকা গোখালী চিপাহী এটাই "তা বন্ধ কৰ” “তা বন্ধু ” বুলি চিৰিবলৈ ধৰিলে। আমি প্ৰথমতে কি কৈছে বুজিব নোৱাৰি অলপ পৰ ছাতি নজপোৱাকৈ আছিলোঁ। চিপাহীটো একে ধীৰে নাচিৰাখি উঠিল। এটা চিপাহী লৰি আমাৰ ফাললৈ নামি আহিবলৈ ধৰিলে। কিন্তু কথা বুজিব পৰা সাৱকে আমি ছাতি অপোড় কথা ইমানতে তম হল। আমি দেখিবলৈ পালে। সেই ঠাইত ওখত এডাল নিচান উৰিছে, সম্ভৱতঃ বৃটিচ ৰাজ পাকা। আৰেলি এগৰাকী ডিব্ৰুগড়ৰ মানুহ লগ পালে। এখেত মই আগৈয়ে লগ পোৱা লৰটিৰ পিতক। এখেতে আমাক দেখি বৰ আচৰিত হল আৰু বৰ গুৰিকতাৰে কুশল বাৰ্তাদি সুধিলে। কহিত জাৰেলি চিনো না হে এখন ৰজাৰ ৰহে। বেচেঁাত মানুহ যেনে দুই কি চাৰিজন, কিমোতাও তেনে দুই কি চাৰিজন। আমি বজাৰত দুটা কি এটা পৰ শীৰ খেচিবলৈ অনা দেখিলে॥ কিছুমান অকাল মাছও চকুত পৰিল। ইয়াৰ বাহিৰে বিশেষ উল্লেখযোগ্য একোৱেই নাই। এখনী বগী মাইকী মানুহ দেখিলে। অই গতৰ মতে সাৰী পিকা। তাইক বহুতে “শী বাণী” বুলি যত শুনিলে। তাই হেনো নাগিনী। শচু চাই সেইটো ৰে বুলিব পাৰি। তাই হেনাচাকৈ ৰে অসমীয়া কথা কব পাৰে। বৰতে এটা লগা লগ পালে। ইয়াৰ গাৰোৰ আমাৰ দেশৰ না- অকৈ বহুত সত্য। ইছতে আমাৰ দেশৰ লগাৰ পৰে লেংটা বেমাৰে, আঁঠৰ ওপৰলৈকে মেখেলাৰ দৰে কাপোৰ পিন্ধে। ইহঁতে ৰোৱা কাপোৰও ৰৰ বঢ়িয়া। আৰু মানুহৰোৰও মশকাত হটঃ পুৰু তেজস্বী। আমি নগটোৰ লগত আলাপ কৰি আনিলে। সি যেনো “দেবী কাষ কৰে। আমি তাৰ অল খামে সমীয়া, বল, আৰু হিলি আলাপ কৰিলে। দি এটাই কেইটা আৰ। নো বুক অব পাৰে! আমি নিলে। ইয়াৰ যত লগাই হিদি কানে আলাপ কৰি পাৰে। আৰ নগৰেৰ এটাইবোৰ একে নহয়। সিহঁত বিল কি, খেলত বিষয়। যেনে- খুন, আল্লামা ইত্যাদি। মা মালে সৰ পৰক। কিয়নো ঠাইবোৰৰ -