পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অহাৰ, ১৮৩৩] মণিপৰ মাত্ৰা। মাতবোৰ পৰ্বতে পতে প্ৰতিধ্বনিত হৈ ৰাতিপুৱ। দিনে নগৰৰ 4 ইংৰাজৰ মহিমা ঘোষণা কৰে। মণিৰ অধিকৃত হোৱাৰ আজি ৯। • বছৰমান হে হৈছে। এই খিনি সময়ৰ ভিতৰতে এ অভা এদেশও এনে মুশাসন প্ৰতিষ্ঠিত হৈছে যে আমি নিৰাপদে এইবোৰ ঠাইত ফুৰি ফুৰি পাৰিছো। অকল ইংৰাজৰ পক্ষেহে ইমান অলপ সময়ৰ ভিতৰত এনে সুশাসন প্ৰতিষ্ঠা পায়। এথময়ে আমি থকা ঘৰটোৰ কথা কওঁ। বৰটোৰ বেৰ অলপ নতুন ৰকমৰ। বৰগাৰ দুই ফালে বাঁহৰ চৰ্চালী খিলি মাৰি দি বেৰ কৰিছে। সেইবাবে বেববোৰ আঁৰৰপৰা দেখিবলৈ ডাঠ ইটাৰ "বো।” যেন হৈছে, কিন্তু ওচৰলৈ গৈ টুকুৰিয়াই চালে বুজিব পাৰি যে জেলখম ভিতৰফোপোল॥ অন একে উল্লেখযোগ্য বিশেষ নাই। কহিমা এক ৰকমে জলপ ভাঙৰ ঠাইয়েই। নাপাহাড় জিলাৰ ভিতৰত এইয়েই প্ৰধান ঠাই। ইন্নাত “কেছাৰি" আছে কিন্তু উকিল মুক্তিয়াৰ নাই। অমোল। মহৰীৰ সৰহ ভাগেই অসমী1 পোষ্ট অফিচ, টেলিফ আফিচ, প্ৰভৃতিৰ কৰ্মচাৰীবিলাক হে ৰঙালী। মাইনৰ লও আছে। গা লৰা গোটাচেৰেকেও তাত পঢ়িছে। ঠাইখন সমভুমি নহয়। বৰ ওখ চাপৰ। সৰহ ভাগ অধিবাসীয়েই হয় চিপাহী, নহয় নাম-কটা চিপাহী। ও লগা গাৱে। অৰে; দুই চাৰিখন কো-শোলাও আছে। মই ৰাতিপুৱাই অকলৈ ফুৰিবলৈ ওলাল। থিয় গৰ বগাই আলিফট পালেহি। ইয়াৰ প্ৰথান দোকানদাৰৰ কেঞ নহয়, শৰীপুৰৰ ফালৰ হিন্দু- স্থানী মানুহ। তেওঁৰ দোকানত মিঠেৰেপৰা চোদা কাপোৰলৈকে সকলো ব্যস্ত পোৱা যায়। তেওঁৰ দোকানত বিক্ৰিও খুৰ। এটাইৰোৰ চিগাছীয়ে এই দোকানৰপৰা বহু কিনা দেখিলে। এইখন দোকানতে মই এৰি কটাৰী কিনি বলে। ৯১ বৰীয়া অসমীয়া লৰা এটি মোৰ ফাললৈ চাই থকা দেখি তেওঁক কৰ লৰা ধুনি অখিত ৰাটিৰ তং উত্তৰ দিলে “মই আপোনাৰু চিনি পাইছে”। শৰাটি ডিব্ৰুগড়ৰ। তেওঁ আপেৰু লগত ইয়ালৈ আহিছে। বৰ ভাল লাগিল। অলপ ইফল সিফাত কৰি ঘৰলৈ আহি ভাত পানী খাই উঠি আমি এটাই 1 1