পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাই। { ২য় বছৰ, ৮ম সংখ্যা। কহিত এখন মফলীয়া বিদেশী নাগোল। তেওৰ নিৰ মোখাৰেহে বন্ধু বাহানি ইয়াত্ত আছে। সম্বৰত তেওঁৰ ব্যৱস্থা বিনা-চাদৰখন খোবাৰ বলৈ দিয়াত তেওঁ চুবিয়া পাৰিব লগীয়া পৰিছিল। সি যি কি মহক, আমাৰ গৃহস্থৰ আমালৈ যে অসীম প্ৰীতি, ওপৰত দিয়া দৃষ্টাশুটোৱে সেইটো প্ৰকাশ নকৰে নে? অইন ঠাইত হোৱাহেতেন, যা অকল সামাজি- ফতাৰ খাতিৰত, ইমান বেছি সমাদৰ আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিলেহেতেন। কিন্তু ইয়াত কথা সম্পূৰ্ণ ৰেলে। আমাৰ গৃহস্থৰ ইমান ঐতিৰ আধিক্য কি হৈছিল সেইটো আমি পেটে পেটে ভালকৈ বুজিছিলোঁ। আৰু ৰোধ কৰে। পেটে পেটে তেৱে বুজিছিল, আমি নো অমলিন মুখে কিন্তু তেওঁৰ ইমাম বেছি সমাদৰ “ম” কৰি নিচ্ছিলো। বাস্তবিকতে আমাৰ এনে লাগিছিল যেন গৃহস্থ আমাৰ এজন আপোন মানুহ। তেওঁৰ ওপৰত জামাৰ যিমানখিনি “দাবী” আমাৰ ওপৰতো তেওঁৰ সিমানখিনি “বাৰী”। তেওঁৰ লগত জামাৰ বৰ শত্ৰুতা অটিলেও তেওঁৰ অমঙ্গল সংবাদে আমাক নথৈ যোৰ দিব আৰু মঙ্গল সংবাদে সুখী কৰিব। আমি ডাঠকৈ কব পাৰে, জামাৰ সম্বন্ধেও তেওঁৰ ঠিক এনে ভাব নহৈ মোৱাৰে। গধূলি হিমাৰ এটাইবোৰ অসমীয়া দ্ৰলোক আমাৰ গৃহস্থৰ ঘৰত গোটখালেহি। জামাৰ গৃহস্থই গধুলিটো তেওঁবিলাকৰ লগত কাচ খেলাত আৰু নানা কথা বতৰাভ কটালে। আমি ইফাল সিফাল কৰিয়েই গধু- নিটে। নিম্নালে। কাৰে সৈতে চিনাকী হৰৰ বিশেষ ইচ্ছা ছিল, সেই ৰাৰে আমি বিমানপাৰে। ভাচ খেলাৰ “চিলৈ” নোৰোৱাকৈয়ে আৰ্কিলে। | কিন্তু যি খোটালী, ভাচলে চলিলি অহা যোৱ কৰা ৰাটো সেই খোটা- লীৰ মাজেদি হোৱ ৰাখে আমি তাত কেইবাৰমান আবিৰ্ভৰ খৰ লগীয়াত পৰিছিলোঁ। মজলিচৰ ভিতৰৰ অলোক এগৰাকীক ডিব্ৰুগড়ৰ অধিবাসী বুলি চিনি পালো। কিন্তু তেওঁৰ লগত মোৰ আগৰ এফেৰিকে চিনাকী মামি। ফেওঁৰ নামও মই মেলানিছিলোঁ। অকল এই আনিছিলোঁ। যে তেওঁ ডিব্ৰুগড়ৰ মানুহ। আন আল জলোকসকলৰ চিনি নেপালে।। পাদনা ৰাতিপুৱাশ বেনিৰে ছেনিয়ে লিৰ মাত হে শুনা গল। সেই