পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৩৩।] মণিপুৰ যাত্ৰা। পাৰে। তেওঁ মোৰাত উঠি কহিয়াৰ ফালৰপৰা অতি কাছে আছে আছি তেওঁৰ চাগৈ নিজৰ দূৰণিৰ অৰিৰ পৰঙীয়া ঠাইবোৰলৈ মনত পৰিছিল। কিছুলো, তেওঁক দৃ চাই চাই'ৰ চিন্তাশীল জাৰেৰে আহা দেখা গল। চেলাম দিলে, তেও চেলাম লে। আমি ইতিপুৰ্বেই বু গাইছিলো এই প্ৰফেশত চাহাৰ দেখিলেই বাড়ি। ৰাৰ আৰু গোলাম কৰাৰ নিয়ম। পৰ্বতীয়া আজিৰেৰক জাত শিক্ষা দিবৰ নিমিত্তে এই নিয়ম কৰা হৈছে বুলি শুনিছিলোঁ। চাহৰনৰ এতি প্ৰকৃতি হি ৰে খীৰ আৰু নম্ৰ যেন বোধ হল। এইখিলি ঠাইত বাটৰ দুই কাষৰ পৰ দুটা অলপ আঁতৰাঞ্জাতৰি হৈ থকা ৰাৰে, ৰেলি মাৰ যোৱাৰ দৃশ্যটো ইয়াত বৰ সুন্দৰ দেখি। আমাৰ এনে অনুমান হল যেন মক্সাত আঁকি থোক। আলি গছ গছনি আৰু পৰ্বতৰ মাজেৰে ফুৰিছে! ভূগোল পটেতে পাহঃ- নিন কহিমা দেখিছিলো, কিন্তু পেত হে। এতিয়া সাক্ষাৎকাৰে দেখিলে॥ আমি, এক্সাৰ নৌহওঁতেই কহিয়া পালোগৈ। ইযে এটা সেনানিবাস মাৰোন বিগুলৰ মাতৰপৰাই আৰু অনায়াসে বুৰিৰ পৰা পল। আমাৰ খালী-গৃহস্থ আমাতকৈ আগ হৈছিল। কিন্তু আমি তেওঁৰ ঘৰ- বিচৰাৰ দুখ ভোগ কৰিবলৈ নহল। কিয়নো তেওঁৰ চাকৰ এটাক কাটতে লগ পাই তাৰ লগত অনায়াসে ঘৰ পালে। গৈ। আমাৰ আলহী-গৃহস্থ এতিয়া আৰু “আলহী-গহ” নহয়। তেও এতিা প্ৰকৃত গৃহস্থ। কিয়নো, তেও এতিমা নিৰ ঘৰ পালেহি। যদিও ৰটো তেওঁ কেয়ে দি ৰাস কৰিছিল। বাকিতে আমাৰ গৃহৰ মৰমৰ ধাৰ আমি কেতিয়াও ভলিব নোৱাৰিম। বাটত তেওঁ আমাৰ সুখ সুবিধাৰ কাৰণে যিখিনি কৰিছিল সেইয়ে আমাৰ বৰ বেছি যেন লাগিছিল। এতিয়া পাল তেওঁ আমাৰ এতি এলে গন্ধয় ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাৰ তুলনা নাই। আমি এটা যেটা লীলৈ গৈ দেখিবলৈ পালো, আমাৰ নিমিতে এ আহল- যিনা পাৰি দিয়া আছে। গৃংখৰ নিজৰ পৰিক্ষাৰ বিলা-চাদৰ পাৰপৰা উলিয়াই আমালৈ পাৰি দিয়া হৈছে। আমাৰ গৃহ থকা মোটালীলৈ গৈ দেখিলে। তেওঁৰ যিনাত শিলা-চাদৰৰ সলনি চুৰিয়া এখন পৰা। ষ্টে