পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 বাহী। (২ খ, ৮ সংখ্যা। . চাহ খাই খাইয়েই আমি খোজ ললে। পিকিয়াৰপৰা “সুজা” আৰু “কবি” বেছ দেখা যায়। দেখেঙে নিচেই ওচৰ বেন দেখি কিন্তু বাটটো আকাই-পকাই যোৱা বাবে ইদ্বাৰপৰা কহিমালৈ আন্দা ২৫। ২৬ মাই লৰ কম নহৰ। আমি বটভ মাজে সময়ে এজাক দুজাক লগ লগ পাই গলে। দৃশ্য প্ৰায় একে ৰকমবেই। অলপ অলপ আঁতৰেদি পৰ্বতৰ ওপৰৰ পৰা নিৰ্মল পানীৰ সৰু সৰ সোঁত বাগৰি আহি আলিত পৰিছেহি। ৰটিৰ মানুহে সেই সেগুৰোৰৰ বাটত ফল। বাঁহ বা ঠৰঙা গৰ-পাত জি সি পানী খাবৰ সুবিধা কৰি থৈছে। মণিপুৰৰ গোটইটো বাটতে এনে স্বাভাবিক “পানীৰ কল বৰ্তমান। আমাৰ পিয়াহ লাগিলেই এইবোৰ স্বাভাবিক “ক” হাতৰ ওচৰতে পাওঁ। মোৰ গা বৰ ভাল নথকা বাবে ওৰে বাট মই এটাইতকৈ ধনাই পানী খাইছিলোঁ। বাটত মাজে মাজে কহিদা ৰা মজিপুৰৰপৰা চাউলৰ বোজা লৈ অহা গাড়ী লগ পোৱা গৈছিল। জুলাৰ ওচৰত আলিটো ভালেমান নামশিয়েদি গৈছে। আলিৰপৰা ছৈয়া- মলৈ নামি যাব পাৰি কিন্তু তোম যোলোতে কোনোৱে যেন আমাৰ পশন আল-হল ঠাই মুকুলে। যি এচমকা পৰ্বতশুন্য ঠাই দেখা গৈছিল তাকে আমি তৈম বুলিছে। সৰু লং এখন পালে। তাৰ ওচৰতে “মাইল ষ্টোনৰ দৰে পতি খোৱা গত এটাৰ গাত আমাৰ চিনাকী ও ৰচিয়ৰ এগৰাকীৰ নাম লেখা থকা দেখি বৰ ভাল লাগিল। কিন্তনো, এই ওতাৰচিয়ৰ গৰাকী আমাৰ ডিব্ৰুগড়ৰে মানুহ। অলপ পৰৰ পাছও “জুৱা ডাকবলা পালোঁ। এইটো আড্ডাতে ভাত-পানী খোৱা গল। আড়োবোৰ দূৰৈৰপৰা দেখিবলৈ বৰ ধুনীয়া, ঠিক যেন একোখন না। খাইৰৈ উঠি আকৌ যাত্ৰা কৰা গল। জুজাৰ ওচৰৰপৰাই আলিটো আকৌ ক্ৰমে ও হৈ গৈছে। এইবাৰ আমি বিমা পামগৈ। মাজত আৰু কোনো আড় নাই। যাইত এটা লগাখীয়া অখিলে। সি পিঠিত বন্দুক এটা ওই লৈ পৰ্বতৰ ওপৰত আমাৰ অলপ ওখতে গিয় হৈ আছে আৰু পৰতৰ গা লগাই গৰুবোৰ চৰি ফুৰিছে। গৰু সৰহ নাছিল, আঠোটা কি সাতোটা মাথোন। গৰুৰোৰ বেছ শত-জাৰত আৰু ঘটিল বান্ধৰ। এইবোৰ হেনো 'পুনাখা না। খাটতে এক চাহৰ সুগ