পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৮৩৩।] মণিপুৰ যাত্ৰা। গ্ৰন্থকাৰৰ গ্ৰ আৰু ভৰ লগতে নাম সুপ্ত হবলৈ ধৰিছে তাৰ অন্ত নাই। এতেকে যাতে পূৰণি গ্ৰন্থ আৰু গ্ৰন্থকাৰসকলৰ নাম লুপ্ত নহয় নকুল শিক্ষিত সময়ে তালৈ চকু দিয়া উচিত। সোণাগতি দেৱ শৰ্মা। মণিপুৰ যাত্ৰা। আমাৰ আলহী-গৃহ ঋই সন্ধান লৈ জামিষ পাৰিলে যে ডাকবাক্ত থকা চাহাযজন তেওঁৰ অচিনাকী নহয়; কাজেই তেও চাহাৰৰ গই দেখা কৰি ডাকবল |তে ওবৰ ঠাই উলিয়াই ললে। ইয়াৰ এটাইবোৰ ভাঙাতে দুটা খোটালী; কাজেই কাৰো কোনো অসুবিধা নহল। আমি “মচাফিৰখানাত” থাকিলোঁ। খোৱাৰোৰাতও কোনো অসুবিধা আমি অনুভৱ কৰিব নোৱাৰিলে। পাছ দিনাখন ৰাতিপুৱালত হে দেখিবলৈ পলে আমাৰ ঘোৱ নিশাৰ আয়ুস্থ “পিকিম।'ৰ আকাৰ প্ৰকাৰ কেন। চুগাৰতকৈ ডাঙৰ লে সক কব নোৱাৰে, কিন্তু ‘ঘঁপানীতকৈ” ই অলপৰ ডাঙৰ। কলি- কাৰ ৰাস্তায় ৰাস্তায় থকা, টিপা মাৰিলে পানী ওলোৱা পানীৰ “ক” এটাও ইয়াত দেখিবলৈ পালে। আমি তে মুখ হাত ধুলে।। পৰ্ব- তীয়া ঠাইত এনে কল বস্তু উৱা নিচেই ঢিল; লোৰ নলি এডাল হলেই হয়। ইয়াত কেইখনমান কে এৰি দোকান আছে; তাত চিৰা, খড়, চাউল ইত্যাদি কিনিবলৈ পোৱা যায়। সকলে। আড়াতে এইবোৰ বৰু পোৱা নেয়। নিজে চাউল, চিৰা ইত্যাদি লগতকৈ নানিলে মণিপুৰব আটকৱাই খাবলৈ লেপাই মবিবেই ৪ থাকে। হাত মগ পয়চা থাকি, লেও সেই পচা সকলে। সময়তে কম নহে। পিঙ্কিমৰ কে-দোকান ফিনে যে কাৰ লগত কাৰৰাৰ কৰে বুজিব নোৱাৰিলে। কিয়নে', ওচৰ ঝোলো না গাও মা তেনে আন কোনো মানুহৰ ৰস্থি" দেশ। সাল।