বাহী। (২ বছৰ, ৮ম সংখ্যা দামোৰ দেৱৰ অজ্ঞামতে এও জাগৱত, গীতা, আৰু ৰত্নাৱলী এই তিনিখন পুথি গদ্য জ্ঞাষাত ভাঙিছিল। আলামত এওঁৱেই প্ৰথম গদ্য লিখক। যেতিয়া এও গদ্য লিখে তেতিয়া গদ্য ভাষাৰ চাকৰা মানুহ অসমত নাছিল, সকলোৰে মাথোন পঙ্ক লিখিছিল আৰু পঢ়িছিল। কিন্তু কথাপি ভট্টদেৱৰ উক্ত গদ্য পুথি কেই- এনে মানুহৰ মন মোহিত কৰিছিল। অনেকে কয় যে আনন্দৰাম ঢেকিয়াল ফুকনৰ দিনৰপৰা হে জালামত পদ্য লিখা আৰম্ভ হয়। কিন্তু ভট্টদেৱৰ উক্ত পুথি কেইখনি পঢ়িলে প্ৰায় ৪০ বছৰৰ পূৰ্বৰপৰাই যে আলামত গ্য শিখা প্ৰচলন আছে ভাৰু ডাঠি কব পাৰি। উক্ত তিনিখনত বাজে গু ভট্টদেৱৰ ৰচিত কিছুমান গীত, ভট্টিমা আৰু ঘোষাত্ব নামে এখনি ঘোষা পুথি আছে; যালী পুকালয়ৰপৰা এই পৃথিবিলাক পাবৰ আয়োজন কৰা ভূমি ৰং পালে। সমসাময়িক কৰিবিলাকৰ লগত ৰিজালে ভট্টদেৱক অলপ ওখ খাপৰ বুলিৰ পাৰি, কাৰণ আল আঙ্গ কৰিবিলাকে মাত্ৰ পদ্য হে লিখিছিল। কিন্তু টদেৰ গদ্য পণ্য দুয়ে। বিধ লিখাতে পৈণত আছিল। তলত ভট্টদেৱৰ কথা গীতাৰ পৰা দুফাফি তুলি দিয়া হল। “তৰাষ্ট্ৰে সয়ত প্ৰশ্ন কৰ; হে সমু! মোৰ পুত্ৰসৰ পাণ্ডুপুত্ৰসৰে, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদক ইচ্ছায়ে মিলিত হয় কি কৰ্ম্ম কৰিলে তাক মোত ।*–১ম আখ্যা। “জনে ৰোল হে মধুসূদন! মই কাৰে বুদ্ধ এৰিন্দু ই নহে; কিন্তু, শায় সেধিহে নিৰ্বিল।"—২য় অধ্যা। অৱশেষত কওঁ যে এনে এজন বিখ্যাত কবিৰ নাম আজি ৪০ তে লুপ্ত হব লাগিলে মত বিষয় শোক লাগে। বোধকৰে। অনেকেই এওঁৰ পুথি নেলাগে নামটোকে নিয়ে নে নাই কৰ নোৱাৰে। এনেকৈ যে কি মাৰ প্ৰকাৰৰ নাম লুপ্ত হল ফাৰ অন্ধ নাই। আজিকালি কোনেও হাতেৰে পুৰি নিৰি। এই পৰি লিখা অভ্যাস গুচাৰপৰাৰে কিমান ক্ষতি হৈয়ে ৰ এ নাই। আজিকালি পাথালাৰে অভাৱ নাই, কিন্তু পাখানা পাকিলেই ৰা হব কি? আমাৰ “সঙ্গীয়া ৰাধুসকলে গত থকা পুৰি পাই কোনো এই তেওঁলোকৰ বৰ্মৰ ৰীটো উলিয়াৰ বুলি নতুন ধৰণৰ মানুহ, সহৰিলাৰ পুথি সিৰি পাৰ নেলাগে চুবই নিদিয়ে। এনেকৈ ৰ কিমান
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১০
অৱয়ব