পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১৮৩১]অসমীয়া ভাষাৰ সম্পৰ্কে আৰু দুজামান কথা ৪৯ হবলৈ এভিমেক কাল আছে। কিন্তু সেই একতান কাৰ্য্যৰ সহায় ফাৰকৰ বাকৰি এটাইৰে আগেয়ে যায় সমীয়া কেইটাই নি। মাতৃভাষাটো নিধন কৰি বহি থাকি নিৰ উৰতা দেখুৱাব লাগিব নেকি? অসমীয়া ভাষাজী খীটি বিয়ে নিজৰ বুঢ়াৱা কেইভাল গান কৰি তাৰে ব, এয়ত কৰাই ভাৰতৰ এশ-এটা ভাষা-সুৰক শখ কৰি যশলা বা হিন্দী ভাবাৰ ইৰ পম কৰিবৰ নিমিতে চেষ্টা কৰাটো সিখুৰীত পুণৰ কাম হয় পাৰে কিন্তু সম্প্ৰতি এই পুৰীত সেই পুণ্যকাৰ স্থগিত ৰখাটোকেই উচিত বিবে- চনা কৰে। ভাৰতবৰ্ষৰ একেটা গভীৰ ভাৰা গা কাৰ্যত আগৰণুৱা হোৱাৰ লোত সম্প্ৰতি অসমীয়াসকলে সম্বৰণ কৰক তেওঁলোকৰ ওচৰত মোৰ এই বিনীত প্ৰাৰ্থনা। সৰু সৰু বোৰে এটা অজগৰৰ পেটত প্ৰবেশ কৰি সেই উগটা ওফোৰ লাই ডাঙৰ কৰিতকৈ, মোৰ নেৰ'সেই ৰুদ্ৰ এবিলাক সুকীয়া হৈ থাকি এই সুন্দৰ পৃথিবীত ভগৱন্তৰ বৈচিত্ৰকক মঙ্গল অভিপ্ৰায় সাধন কৰি থকাটোৱেই যে শে; নতুবা, ভগৱন্তই গুৰিতে আন পুত্ৰ জন্তুবিলাক সুজন নকৰি মাৰোন এটা অজগৰ সুজন কৰিয়েই তেওঁৰ প্ৰাপ সৃষ্টি কাৰ্য্যৰ আখ্যা পেলালেহেঁতেন। ভাৰতত ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা- ৰাৰবোৰ আত্মৰক্ষা কৰি এন বিশাল যুক্ত-সাম্ৰাজ্যত পৰিণত হৈ নিজৰ সুকীয়া ৰাজত্ব আৰু সেই সাম্ৰাজ্য প্ৰজাস্বত্ব ভোগ কৰি জীৱনযাত্ৰা নিৰ্বাহ কৰাটোহে কৰ্তব্য আৰু সেইটোৱেইহে সৰুৱে। সাম্ৰাজ্যৰ মঙ্গল কাৰ্যসকলোবোৰ মিলিলি এক যে, এখন ৰা কাৰ্যত বেলেগ কাটা শও নিচেই দুষীয় নহয়। তাৰত সাম্ৰা Lingua Franca অৰ্থাৎ সকলোৰে সাধাৰণ এটা ভাষা হোৱা যদিও বৰ আৱশ্যকীয় কিন্তু তাৰ নিমিত্তে ভাৰতৰ ক্ষুদ্ৰ চাষাবোৰে নিজৰ প্ৰাণ বিসন দিঘৰ সাৰ নেদেখো। এটা Lingua Franca হলেও তা হাতে এখ-এটা ভাষা থাকি পৰণাৰ বিৰ বিস নোহোৱাকৈ জীৱনযাত্ৰা নিৰ্বাহ কৰি থাকিব পাৰিব বুলি মোৰ বিষ। আশিকালি ভাৰতৰ Lingua Franca ইংৰাজীৰ তলতে ভাৰতৰ আৰ গ ৰোবাঢ়িব লাগিছে। তাৰ একতা সম্পাদনৰ অৰ্থে ৰীয়া তাষাটো এৰি যশা তাৰ কলেবৰ বৰি কৰিবলৈ পৰাৰ দিওঁতাকলে যদি মাকে একা ও তাত পৰিচালিত হৈছে তেতেই তেও