পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ ভট্টদেৱ। পঞ্চদশ শতাব্দীটো আমাৰ পক্ষে এনে মঙ্গলমধু দিন আছিল যে তাৰ গুণতেই আজি আমি উন্নখিলাৰ ওপৰলৈ পোজ লব পাৰিছে। ৈ শতিকাতেই শঙ্কৰদেৱ দামোদৰদেৱ হৰিদেৱ মাধৱদেৰ প্ৰতি সকল উপজি আৰু অনন্ত কাল প্ৰভৃতি কবিসকলে জন্ম ধৰি আমাক ধয়, সাক্ষ, ভাষা, আৰু সাহিত্য আফি সকলো লাগতিয়াল বিষবিলাক ও কবি দিল। অকল অসামত নেলাগে পৃথিবীৰ সকলো ঠাইতে সেই একে সময়তে বহুত ধন্থ- বাঁৰ উপজি পথিবীৰ অশেষ উপকাৰ সাধিছিল। | ভট্টদেৱৱা তেওঁলোকৰ সমসাময়িক। আমাৰ আন আন পূৰ্ব্ব কৰি সকলৰ দৰে এওঁৰো জীৱনী নাই, মাক পিতাকৰ পৰিচয় নাই; আছে কেৱল আলা পইতাচোৰাই আৰ নিগণিয়ে খোৱা পুথিৰ পাতত নামটো। তথাপি আমি এওঁৰ বিষয়ে ধি অলপ শুনিছে। তাকে লিখিবলৈ আগ বাঢ়িলোঁ। এওঁ পঞ্চদশ শতিকাৰ শেষ ছোৱাত বুজালীত জন্ম গ্ৰহণ কৰে। ৬ দামোদৰ দেৱৰ জীৱন চৰিত গুৰুলীলাত এওঁ ভেড়া গাওঁৰ পৰা অহাৰ হে উল্লেখ আছে। কিন্তু এৰ বংশৰ মান পাটবাউসা সত্ৰৰ অধিকাৰৰপৰা আমি এওঁ বজালীৰ পৰাহে আহিছিল বুলি খুলিছে। বোধ ক।ে পূৰ্বে জালীৰ কোনো এক অংশকে ভেড়া বুলিব পাৰে। এওঁ সৰুৰেপৰা অশেষ শাস্ত্ৰ পঢ়ি ভাগৱত বৰ পৈণত হৈছিল। এওঁৰ আদি নাম বৈ আহিল। ভাতৃ মাতৃ বিয়োগৰ পাছত গামোদৰদেৱ নলচাৰপৰা ভটীয়াই আহি যেতিয়া পাটনাইসীত আছিল তেতিয়া ৮ টুদেৱ আহি তেওঁৰ ওচৰত দীক্ষিত হয়। ৬ জামোলৰে এওঁক ভাগৱত শাস্ত্ৰত বৰ পৈণত লেখি নিৰ ভাগৱতী পাতে। পিছত এওঁ বৰনগৰত গৈ ভাগৱত শাস্ত্ৰ পাঠ কৰে। তাত এওঁক ভগৱত শাস্ত্ৰত পৈণত দেখি “বি” উপাধিৰে ভূষিত কৰা হয়। তাৰ পাচত এওঁ আকৌ পাটবাউসীলৈ উজাতি আহে আৰু তাত ভাগৱত গুট্টাচাৰ্য নাম পায়। দামোদৰে বেৰলৈ খোৱাৰ সময়ত ৩ ভট্টদেৱ পাটবাতলীৰ সত্ৰাধিকাৰ নিযুক্ত কৰি যায়।