পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৮ LT { বা সংখ্যা। বুলিতে। মানেই আৰু ইমানলৈকে কয় গৈ যে এতিয়াও সিহতৰ যি পুৰোহিও হয় তেঁওৰ বয়স ১৮ বছৰ হলে এদিন কোনো দেই তেওঁক হৰিলৈ লৈ যায়; সেই মানুহজন হাবিতে ১৫১৬ দিন থকাৰ পিছত এদিন তেওঁ ডিঙিয়ে মুৰে অলঙ্কাৰ পিন্ধা দৰে সাপ পি িনিগাও গুলাইহি (North East Frontier of Bengal by Mackenzie, page 542)। কালিকাপুৰাণতো পোৱা যায় বশিষ্ঠ ঋষিয়ে বেতাল ভৈৰৱক মহাদেৱক বিচাৰি এই সকল পৰ্বতলৈকে পঠিয়াই ছিল। এই গলা পৰ্বতৰ পূৰতে দুটীয়াসকলৰ পুৰ্বৰ ৰাজ। তেঁওলোকৰ বুৰঞ্জী এখনত পোৱা যায়, তেঁওলোকৰ প্ৰথম ৰজা গৌৰীনাৰায়খে কুবেৰৰ অন্তৰ সহায়েৰে দেশ জয় কৰিছিল আৰু তেগিৰিৰ ওদুসেৰ নামৰ ৰা এজাকো পৰাজিত কৰিছিল Report on the Progress of Historical research in Assain by Mr Gait, page 19}। এই কেটা কৰাৰপৰা ভাল কৰি জন। যায় যে গফলা পৰ্বতেই মহেশ্বৰ আৰু কুবেৰৰ কৈলাশ আৰু এই পৰ্বত বাঙ্গীবিলাক তেওঁলোকৰ গুহবিলাকৰ সন্ততি। | এই ফলাগৰে নামনিৰ মিৰিষিশাকে নিজৰু পৰু যিৰি বুলি চিনাকি দিয়ে (N, E, Frontier of Bengal by Mackenzie, Page 34)। অগত থকা মিৰি বুলিয়েই শৰ বা স্বৰ মিৰি। পাতালৰ ফালৰ টঙখুন নাবিলাকে সিহঁতৰ পশ্চিম পিনে আৰু কুকিবিলাকে সিহতৰ উত্তৰ পিনে সিহত থকা ঠাইৰপৰা লেখা পৰ্বত এলালীৰ সিপাৰেই স্বৰ্গ বুলি ক (Census Report of Assain, 19ot, by Mr. Allen, Part 1. Page 47}। এইতেও মহাস্থাৰৰ মতে সীমা দিয়া অঞ্চলেই স্বৰ্গ। ফাহাৰৰ ৰা ফৈদৰ কছাৰীৰিলাকে অসমৰ পূৰ-উৰৰ কোণৰ ঠাই ভোৰৰপৰ কাছাৰলৈ যোৱা বুলি কৰু নিৰক ৰন্ধা বুলি চিনাকি ফিয়ে। কছাৰী আৰু শাৰৰ ভাৰাত গীয় শব্দটিকে কৰ (Dalton', Ethnology, page 84"। শশৰপৰ যোৱাৰ মিমিতে সিবিলাক অগীয় বাণীকুমাৰ ফাস।