অহিৰ, ১৮৩৩।] পৰণি আমামত ভুমুকি। দেৱতাসকল নাই, জোটসকল হে আছে; কিন্তু আগৰ দেৱতাসকলৰ অনুক- তে হে ৰাজাৰ উপাধি দেৱৰাজ আৰু ধৰ্মৰাজ আৰু সাৰ সলনি সাতজন স। | প্যশৃঙ্গ মুনিৰ পিতক বিজ্ঞাগুক মুনিৰ আশ্ৰমৰ নাম পুণ্যাখ্য। যুধিষ্ঠিৰৰ ভীৰ্থভ্ৰমণ কালত লোমশ ঋষিয়ে ঋষভ পৰ্বতৰপৰ সোৱা কাপৰ পুৰ্যাখ্য আশ্ৰম বুলি যুধিষ্ঠিৰক দেখুৱাইছিল (মহাভাৰত, বনপৰ্ব, ১১ আখ্যা)। সেই আশ্ৰমৰ ঠাইতে এতিয়া ভুটায় মগৰ পুণাধা। কামৰূপ জিলাৰ উত্তৰৰ দুটীয়া পৰ্মত এটাৰ নাম দেৱানগিৰি। দেয় সকল বাস কৰা গিৰি দেখিয়েই দেৱানগিৰি। | দৰং জিলাৰ কৰিাপৰীয়া জোটৰ ৰা সাতজন; আগৰ গৰ্ষিৰ অনুকৰ ণেৰে ৰা সাও জন। এওঁলোক জৰিকাজি থকা গৰখনৰ মাৰ আতল। তেঁওলোকৰ মুখত নামটি অমৰাত ভাবে হে উচ্চাৰিত হয়, অসমীয়াই শুদ্ধ কৰি অমৰাগৰ অল কৰিছে। ইন্দ্ৰৰ নগৰৰ নামৰ অসুৰণৰেই নাম অমৰাৱতী। দৰং জিলাৰ চাৰিদুৱৰীয়া ভুটীয়া ৰজাও সাত জন। এওঁলোকৰ কেমনে শীয়া বুলি পৰিচয় দিয়ে। ইয়াতো অসমীয়াই কৰিবলৈ গৈ গীয়াৰ ঠাইত গা কৰি তেঁওলোকক চেৰগা খোলে আৰু তেওঁলোকৰ নগৰখনক চেৰগাঁও ষোলে। আচলতে স্বৰ্গবাসী বুলি হে গীয়া ৰা স্বেগীয়া। তেজপুৰ উত্তৰৰ কাণতৰ কাৰিলাকে বাথৰ বংশ বুলি এতিয়াও চিনাকি দিয়ে। হিমালয়ৰ এই জোৰাৰ নাম ক্ৰৌঞ্চ হব পাৰে বুলি আম ক হৈছে। অকাপৰ্বতৰ পূৰেই ফল পৰ্বত। ইয়াত দালা, মিৰি, আৰৰ আদি বদলে যোগ নামেৰে এজাতি মানুহৰ মাস। ইছ”ৰ আটো দেখিলেই ইইভ মহাদেৱৰ গুৰি বংশৰ বুলি চিনা যায়। আৰ মহাদেৱৰু যি বৰণৰে সজোৱা যায়, ইৰ সাল সাইলা সেই, কেক ৰালিৰ সলনি এৰীয়াকাপোৰ আৰু সাৰ ফেশৰ সলনি চুলিৰ খে কপালৰ ফালে। ' পৰ্ব-বিৰি বোল ল বেকেট
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০৭
অৱয়ব