আহাৰ, ১৮৩০।) পুৰণি অসামত ভুমুকি। ও ঠাই নাই। সৌন্দৰ্যত যদিও কাশ্মীৰে চেৰ পেলাষ পাৰে কিন্তু বৰ কাৰ আৰু খাদ্য সামগ্ৰীৰ নাটনিৰ নিমিত্তে ফাখীৰ অসমৰৈ যত গুণে ভৰ। অসমত আকাল নাই, "চাইক্লোন' { cyclone) নাই, পুৰি নিয়া বাহে লই। মাউৰ, কলাৰ আজি ৰোগৰিলাকে জলপ দিনৰ পৰাহে অন ঠাইৰপৰা আমাৰত সোমাইছেহি। আন কি এনেকুৱা পতীয়া আৰু হাৰিয়সীয়া এই বুলিও মাগে ৰামে মৰাৰ লেখও বিজালে মৰুভূমিৰ ওচৰৰ ঠাই এৰি আৰ ঠাইতকৈ কম হে পোৱা যায়। ঘৰ” এখন হলে তিনি অন্টাৰ ভিৰতে ৰতু ভোগ কৰিৰ পাৰি। জাৰতো গোট বাৰি নালাগে, হতে পুৰি মৰিব নালাগে। পুখে যেতিয়া সমুদ্ৰ দক্ষিণ পিনে মণিপুৰৰ ওচৰলৈকে জৰু পৰি পিছে দিনাজপুৰৰ আধালৈকে আছিল। কতোয়াও প্ৰায়ু সমুদ্ৰৰ নিচিনাই জানি, তেতিয়া ছাগৈ অসমৰ নিচিনা বিলেপৰীয়া আৰু বিনন্দীয়া ঠাই জগতেই নাছিল। ঋকবেদৰ ওত কোৱা কেইটি, স আখৰটোৰ উচ্চাৰণ, মহাভাৰতৰ পুৰ আৰু পশ্চিম দিশৰ বণনা, ইদানীক পণ্ডিতসকলৰ মত খাৰু অসমৰ পূৰ্কৰ প্ৰাকৃতিক অৱস্থা, এই এটাকেটা কথালৈ মন কৰিলেই বুজা যাৰ যে অৰ্থ সকল ধৰেইপৰা আহক গাৰতবৰ্ষৰ পশিখেদি আছি তেওঁলোকৰ এদল একেবাৰে অসম পাইছিলহি। অসমত আদিবাসীবিলাকক বশ কৰি বিদ্য। বুদ্ধি জ্ঞান আৰু পৰাক্ৰমত কেতিয়া তেওলোকে নিক জগতৰ সকলো জাতিতকৈ উন্নত মেথিলে আৰু গোটেই ভাৰতবৰ্ষৰে কি অৰ্য কি অন্য সকলোৰে পৰা কৰ ৰজনি তুলিবলৈ ধৰিলে, তেতিয়া তেওঁলোক বাস কৰা স্বৰ্গ নামৰ খোগৰি অসমৰ উত্তৰ-ভাগটিক স্বৰ্ণ নাম দি ৰাজনৰু ই উপাধি দিলে আৰু ভৈয়াম ভাগৰপৰা খেদা খাই উত্তৰৰ পৰুতবিলাকত বাস কৰা আদিম বামীবিলাকৰু সেই পৰ্বতবিলকে। অধিকাৰ কৰাৰ পিছত ভূত, গুহক আদি নাম দিলে। অসমৰ দক্ষিণ ফালৰ নগা গাৰো পলালী আদিবাসী বিলাকৰ নিমিত্তে আছুতীয়াকৈ ৰাখি পাল মাম দি নিবাসীবিলাকক সাপ, শকড় আদি নাম দিলে। উত্তৰে ক্ৰেপি পন্থত ৰিণ্যকশি অংশ কি - --- -
মুশান গুলী লেখকৰ সঙ্গে, ফতোয়া, শঙিয়ায় খিলিজি নিলো এলে গৰ জিৰ এসি Gazettee of India, new Editio}