৩; ৰাহী। (২ বছ, ৮ম সংখ্যা। হৈ হিকাৰী কৃগু মানৱ অনুৰবিলাক সহাৰ কৰে। এই পুৰ্ব্বদিশেই ত্ৰিলোকৰ স্বাৰ, বৰ্গৰৰ আৰু দুৰ ৰ”। এই বৰ্ণনাটিৰ এটাইবিলাক কৰা বুজি নাপালেও অসম সম্পৰ্কে বহুত কথা জানা যায়। তাৰ ভিতৰত এই দুটাও জানা যায় যে অসমৰ ৰশিষ্টয়েই খপ্ৰণেতা আদি বশিষ্ট স্থাৰু যজুৰে গোটেইখন অসমতে ৰচিত। যজুৰ্বেদ অসত প্ৰণীত হোৱাৰ চিন এতিয়াও শোৱা বাৰ। প্ৰায় গোটেইখন অসমৰে ক্ৰিয়াক এতিয়ালৈকে যজুৰ্বেদ মতেই চলি আছে; মৰা মানুহৰ ভেটিটিও যজুৰ্বেদৰ নিৰে হে প্ৰস্তুত হয়। শশীয় ৰমেশচন্দ্ৰ দত্ত আৰু ৰাজেন্দ্ৰলাল মিত্ৰই যজুৰ্বেদ নিমে, মৰা মানুহৰ ভেটি অন্তত প্ৰণালী লোপ হল বুলি কৈছে Civi- lization in ancient India, Vol. I, page 184); কিন্তু তেওঁলোক কোনেও কেতিয়াও অসমৰ ফালে একে নিবিচাৰে। সেই বুলি যে অসমত জাল ৰেদৰ চলতি নাই এনে নহয়। লোমশ ঋষিয়ে যুধিষ্ঠিৰৰ আগত মা- কিনী ও বাওঁতে না হৈহেৰে যাকিনীৰ পাৰ মৰীচি, পুলহ, ভূ৫ আৰু অৰািই সামগলি কৰিছিল। গৰুৰ পুৰ দিশৰ বৰ্ণনাতে ইয়াতে ব্ৰাই এটাই কেবল থেকে পোয়া পোৱা গৈছে। ভৱিক ধৰ্মৰ উৎপত্তিৰ ঠাইও অসমে বুলি সকলোৰে বিশ্বাস। ইয়াৰপৰা আৰু ৰিজনিত অসমত ৰচিত দুদিনৰ কালিকাপুৰী আৰু যোগিণী শাম্বই গোটেই ভাৰতবৰ্ষত মান পোৱাৰ পৰা বুলি পাৰি সাৰ আৰু অৰ্থৰেও অসমতে প্ৰণীত আৰু সেই মতে ক্ৰিয়া কও। কিন্তু জুবিলাক সম আৰু অথৰ্বতকৈ শ্ৰেষ্ঠ হয়ে বুলিয়েই নে কি, শাম আৰু বৰ আগেয়ে ৰঞ্চিত হোৱাৰ নিমিত্তেই নে কি, নাতেও বিশেষ কৰি উলেখ কৰিছে ক্ষাৰু বৰ বেছি কৰিল্পেই অসমত চলতি। পশ্চিম দিশৰ বৰ্ণনাত গৰুড়ে গালৱৰ আগ দেৱতাসকলৰ উৎপত্তি সেই দিনে হৈছিল বুলি কৈছিল। ইদানীন্তন পণ্ডিতসকলৰৰ আৰ্যসকল পশ্চিম ফৰপৰা অহায়েই মত। | প্ৰাকৃতিক বিষয়ে সেই কালত এয়াৰ সৰ শামৰ ঠাইডোখৰ নে ফেলে আছিল ইয়াকো এৰ মন কৰা উচিত। ইদানীক ঝলতে দেখা যায়। তিনি ৰে হোৱা ছাৰপৰ কথা নধৰিলে, বিজেশনীয়াত্ব এসমৰু চেপে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০৪
অৱয়ব