পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাৰ্থনা। হে প্ৰভু কুপাল হাৰ মাতিছে। কাকৃতি কৰি, কৃপা কৰি অধমক ফৰ। অতু পৰিত্ৰাণ। সুখ ভোগ যথাকালে অসুস্থ বোশে পালে, তোমাৰু বিষ্মৰি প্ৰভু হলো হে স্বল্পমান। অবলা জানী মতি, নাজানো ভকতি স্মৃতি, ক্ষমা কৰি দীনবন্ধু ধু পাৱে কিয়। স্থান। পাপসাগৰ পৰি, ইয়ে মাৰ্তো ত্ৰাহি হৰি তুই হোৱ। গয়া-সি কহে কণা দান। ক্ষুদ্ৰ প্ৰাণে বল গিয়, পাপ দূৰ কৰি নিং, তোমাৰ নিখুঁল প্ৰেম দিয়াছে কণিকামাল। ভোগ বা হোক Hে, কোক শাহ মে, হৰি নাৰ নুধা যেন মোৰ মনে কৰে পান। কত সুখ ভোগ বিলা, কাঢ়ি নি বিলাই চাকা, এতিয়া গোহাৰি কৰে।দিয়া শান্তি দিন। তুমি এ জগতৰ মুলাৰ চৰাচৰ, স জীৰে তুৰি হৰি অহা হে বিৰাজমান। তুমি সত্য তুমি নিত্য তুমি সৰ্বশক্তিমান, তোমাৰ প্ৰসাদে প্ৰভু লাহেঁযেন খ্যি জ্ঞান, দিয়া ফিৰ। শান্তি ফি, দিয়। এ প্ৰেম দিয়া, তোমাতে বিলীল যেন হয় এই ক্ষুদ্ধ হিয়া। পাৱতী দেবী