সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঁহী। [ ২ , স্যা। শেহত বুদ্ধদেব এক অৱতাৰ হল। বুৰঞ্জীয়ে ঘুৰি ঘূৰি একে দৃষ্টান্তকে দেখুৱায়। History repeats itself. শঙ্কৰে এই প্ৰকাৰেই বিষ্ণু অংশ বাৰ অসম কামৰূপত হৈছিল। বুদ্ধদেৱৰ তিৰেঙাৰৰ পাছত তেওঁক শ অৱতাৰ এৰু অৱতাৰ বুলি শনা স্বত্বেও ব্ৰাহ্মণসকলৰ চোত প্ৰায় ১৫০ যাৰ মূৰত যৌথ ভাৰতৰত শ্ৰয় লোহাৱা হল। সেই যন্ত্ৰ তিব্বত, চীন, ব্ৰহ্মণেশ, শ্যাম, সিংহ, জাপান প্ৰভৃতি দেশত ৰেশেৰে বিয়াপিলে। গুৰুতৰত ব্ৰাহ্মণ্যধৰ্মই তাৰু গ্ৰাস কৰিলে। মাধৱদেৱ, দেৱদামোদৰ হৰিদেৱ, বংশীগোপালদেৰ, গোপাল জাভা, বলা আতা, হৰিথৰ আতা, নাৰায়ণলাল আতা, বিষ্ণু আতা প্ৰভৃতি। নিচিনা পৰবৰ্তী প্ৰচাৰক আৰু শিক্ষক নোহোৱাৰ বাৰেই হওক বা আমি কাৰণেই হওক আগাম কামৰূপত শঙ্কৰৰ ধৰ্ম্ম যেনেকৈ চাৰি চু মাৰি বিয়া- পিলে বঙ্গদেশত গৌৰা চৈতৰ ধৰ্ম্মই তেনেকৈ বিয়াপিক নোৱাৰিলে। তাৰ ফলত আজিকালি দেখে যে বঙ্গদেশত চৈতন্যৰ ধৰ্ম্ম একেবাৰে নিতে। সেই ধৰ্ম এতিমা ব্ৰাহ্মণ্যবৰ্মৰ পুৰ্ণগ্ৰাসত। বৌদ্ধধৰ্মৰ বেগ আৰু বিস্তৃতি ভুল- নাত চৈতৰ ধৰ্থ নগণ্য, গতিকে প্ৰায় ৪০০ বছৰৰ পাছতে ৰদেশত সেই ধৰ্ম লুকুৱা যেন হল। আসাতো শঙ্কৰ গৰ্ম্ম আখতকৈ ভালেমান দুৰ্বল হৈছে। সংঘৰ্ষণত পুৰ্ব্বাপৰ দৃষ্টান্তৰ দৰে ব্ৰাহ্মণ্যধৰ্মই হে ক্ৰমশঃ প্ৰল হৈ থাৰলৈ ধৰিছে। নাম কীৰ্তন লোকৰ আসক্তি কমিবলৈ ধৰিছে আৰু আড়- স্বৰযুক্ত দেবদেশীৰ পুজা গুদু সমাজত পুনৰ প্ৰচলিত হবলৈ ধৰিছে। কোনো কোনো সত্ৰত এতিয়া মহাপুৰ শৰৰ ভিখিও পালন কৰা নহয়। ইম দুখৰ কথা। শঙ্কৰে মালা দেশ পৰ্যটন কৰি, ভিন ভিন দেশৰ ভালকৈ পৰীক্ষা কৰি, নানা শাস্ত্ৰ বিচাৰ কৰি ইয়াকে দেখিছিল যে যোগ যুগ আদিৰ আশ্ৰয় লৈ আচৰা ধৰ্ম্ম সাধাৰণ আৰু অনী লোকৰ অসাধ্য, সেই সময়ৰ ও মাদিৰে কৰা দেৱদেৰীৰ পূজা অৰীতি আৰু অনাচাৰেৰে মিহলি আৰু তেনে আচৰণ ৰ জেকোভা (caricature) মা; শাস্ত্ৰমতে কলিকান্ত হৰিসেৱাহে এ আৰু সেই ধৰ্ম আচৰণ কৰিবলৈ তল, প, যোগ, খি, পুৱা একো নেলাগে। হৰিঙক্তি জন্মাষলৈ কী আৰু আদৰৰ একো আৱশ্যক মাই। আন্তৰিক অনুৰাগেৰে হৰিনাৰ ভ্ৰৰ কীৰ্তন কৰিনেই. ঈশ্ব প্ৰতি