পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১৮৩সমীয়া ভাষাৰ সম্পৰ্কে দুআষাৰমান কৰা ৪৭ বেশৰ গগতি যি মন যায় ৰাক তাত আমাৰ আপত্তি কৰিবলৈ বিশেষ কাৰণ নাই। যৰ তাৰ ৰাই তেওঁলোকৰ নিৰ ঠাইলৈ মৰমে প্ৰকাশ পাব। কি গোটেই অসমীয়াৰ স্বাৰা সম্পত্তি অসমীয়া ভাষাৰ যেয়িকা সেইবোৰ তেওঁলোকে দূৰত থৈ দিয়া উচিত, আৰু তাৰ বিৰুদ্ধে সেইবোৰ থিয় কৈ দি বিৰোধ ভাবৰ ন নকৰিবলৈ ধৰেনি মই তেওঁলোকৰ ওচৰত মিনতি কৰে। স্কটলগুৰ মানুহে ইংৰাজী তে নিৰ গেণিক , উচ্চাৰণ দুটা চাইটা ৰাখি চলে। ইংৰাজী এ (A) উগৰণৰ বেলিকা তেওঁ- লোকে নিজৰ দেশৰ মাতৰ নিয়ৰে তাক (4) উচ্চাৰণ কৰে। তাৰ বাৰাই তেওঁলোকে নিজৰ ঠাইৰ প্ৰতি মমতাৰহে চিনাকি দিয়ে, ইংলণ্ডৰ ইংৰাজী ভাষাৰ প্ৰতি বিদ্বেষ ভাব নহয়; ৰ তেওঁলোকে ইংৰাজী ভাষাক নিৰ মা তৃষাৰ আসন দি তাৰ সৰ্বতোভাবে মঙ্গল কামনা কৰিহে চলে। ইয়ৰ্কায়াৰৰ মানুহে ইংৰাণী কওঁতে নিজৰ ঠাইৰ মাৰ বৈষম্য অনেক সময়ত ৰাখি চলিও প্ৰচলিত ইংৰাজী ভাষাক হে মাতৃভাষাৰ সিংহাসন বহুৱায়। নগয়া মানুহে আইক আথ, টেঙা-আৰু শাক বুলি চলিলেও অসমীয়া ভাষাৰ ক্ষতি নহয়। দৈনিক জীৱনত মানুহে যেনেকৈ নিজৰ বিভিন্নতা ৰাখি চলিও জাতীয় জীৱন সবল কৰে, স্থানীয় মাত-কথাত বিভিন্নতা ৰাখি চলিলেও জাতীয় ভাষাত সেই বিভিন্নতা বিসৰ্জন দি জাতীয় ভাষাক বলৱ কৰাটো উচিত। বিৰাট স্বাধীনতা লাভ কৰিবলৈ হলে যেনেকৈ নু স্বাধীনতাক বিলোপ কৰিব লাগে, জাতীয় খাব লখিবৰ বেলিকাও সেইদৰে সু ভাষাৰ ক্ষুৰ বিভিবোতলাপি দিয়া অৱশ্যক। খাতীয় ভাষা এখন মহা সমুদ্ৰৰ নিচিনা। নানা ঠাইৰ নদ নদীয়ে সমুদ্ৰত নপৰালৈকে যেনেকৈ নিজৰ পানীৰ বৰণ আৰাৰ আদি সুকীয়া লক্ষণবোৰ ৰাখি চলে, কিন্তু সমুদ্ৰত পৰিলেই সেইবোৰ অস্তিত্ব বিলোপ সাধিত হয়, নান। ঠাইৰ মাত-কথাইও কিছু দূৰ নিজৰ সুকীয়া লক্ষণবোৰ ৰাখি চলিলেও তীয় মহা তাৰা-সমুদুত পৰি আত্মবিলোপ নকৰি নাথাকে। উন্নতিৰ মূল ময়ই এই। এই কথাত কোনোৱে কব পাৰে মে আমি তেনেহলে আকৌ আগৰ পুৰণি এটা লিখিত আৰু আন এটা কথিত ভাষাৰ লেঠাত পৰি গৈ। মই কও, নপৰে; কাৰণ, যিবিলাক বিভিন্ন ৰাখি নিলে হানি নাই বুলি কৈছে।