[১ , ২য় সংখ্যা ভাষক সম্মানেৰে সৈতে থিয়কৈ থব লাগিলে আমাৰ ভিতৰত অসাৰ্থক ঘৰুৱা আৰু বাকবিতণ্ডাবোৰ আমি পৰিত্যাগ কৰি আমি সামান্যবিভিন্নতা আৰু মিল বোৰলৈ চকু নিদি একতাৰ দোলেৰে নিজক বান্ধি শকত হৈ আশুৱাৰ লাগিব নতুবা আমাৰ ধ্বংশ অনিবাৰ্য। এজন ৰজাৰ শাসনৰ অধীন থাকি সেই ৰাৰ হকে বুজিবলৈ হলে, আমি সকলোৱে একে মনৰ হৈ গলগি এজন প্ৰধান সেনাপতিৰ আদেশ 'খানি বুজিব লাগিব, তেহে আমাৰ য় হব। কাৰৰ শাসন আৰু আদেশ নামানি আমি গাইপতি মইমত ভাৱে যুগযুগান্তৰ ব্যাপি যুজি শৰীৰ পাত কৰিলেও যুজত জয় লাভ কৰিব নোৱাৰে। গোটেইখন বঙ্গদেশৰ আত- কথা একে নহয়। কিন্তু আজিকালি পূৰ্ববঙ্গ পশ্চিমবঙ্গ উত্তৰবৰ সকলোৱে কলিকতাৰ বধলাভাষাৰ শাসন মানি তাৰ সুযোগ্য সেনাপতিসকলৰ আদেশ শুনি উন্নতিৰ বাটত যুক্ত কৰি যাব লাগিছে দেখি তেওঁলোক অলপ কাপ ভিতৰতে কৃতকাৰ্য হৈছে। ঢাকা কালীপ্ৰসন্ন বোৰে কলিকতাৰ দ্বিজেন্দ্ৰ নাথ ঠাকুৰৰ নেতৃত্ব মানি অশুৱাব লাগিছে; তেওঁৰ নিজৰ ঠাই অং চাকা গাল মাই-কথা, প্ৰচলিত উন্নত কলিকতাৰ বহলা ভাষাৰ বিপক্ষে থিয় কৰিবলৈ চেষ্টা কৰি নিজৰ শক্তি সামৰ্থ্যৰ অপব্যৱহাৰ কৰা নাই। মাতৃ- ভাষাৰ স্থান পুৰীৰ জগন্নাথৰ মন্দিৰ বা যাৰ কাবাৰ নিচিনা। সকলে। সুসন্তানে নিজৰ মুৰত আৰু মনৰ বৈষম্য গৰ্ব অভিমান পৰিত্যাগ কৰি নিম্মল অন্তঃকৰণেৰে তাত প্ৰবেশ কৰ: উচিত। পুৰীত উড়িয়াৰ প্ৰাৰা, মকাত অৰিবীয়ৰ পৰাই আছে বুলি জাপাৰ কৰি মন বিষ্ণেবিষেৰে পুৰাই লৈ তীৰ্থ আৰু হজ কৰিবলৈ যোৱাসকলে তা প্ৰবেশ নকৰি গুচি আহিবনে? মলি আৰু তীৰ্থস্থান যেনেকৈ বিভিন্ন ভাবৰ ঠাই নাই, মাতৃভাষাৰ পবিত্ৰ মন্দিৰ আৰু তীৰ্থস্থানতে তেনেকৈ উনি ভাটী আহোম কামৰূপীয়াৰ ভিন্ন ভাব খাকিব নাপায়। ৰাৰ এত সেৱক- সকলে দয়ৰ অভ্যন্তৰৰপৰা ভক্তি আৰু কৃতঙ্গা ফুলৰ জ্বলিৰে সৈতে মাতৃৰ মন্দিৰত গেশোপচাৰে পূৰ্ণ দিবলৈ কেতিয়াও নোযোৱাকৈ থাকিব নোৱাৰে নিবা। আ অসমীয়াসকলে তেওঁলোকৰ নি বা যা-কথা লিল
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৮
অৱয়ব