পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [ বা v পিনে ঘৰলৈ গণি মুৱা হৈ ব্ৰহ্মপুত্ৰত পৰিছে। এই বৰলৈয়েই বিপত্নী। বিপনীৰপৰা বিৰপনী, বিনী, বৰণী হৈ এতিয়া বৰনৈ হৈছে। নোৱানৈ আৰু কুলচিৰ মাজতে মাথোন অলপ ঠাই এৰি এই ৰৈ চাৰিখনে সেই ঠাই জোখৰ যেনেকৈ মেৰিয়াই ৰাখিছে, কুচি আৰু বৰনৈৰ যেনে নাগৰ মিত আছে, চিপাঝাৰৰপৰা ধেনে বুজা যায়, এই সকলোবোৰ বিবেচনা কৰি চালে, ঋকবেদৰ চিফ, অঙ্গাচি, কুলিচি আৰু বিৰণতনীয়েই যে চিফাক বুক লোৱা ব্ৰক্ষ্মপুত্ৰ, নোৱা, কুচি আৰু বৰনৈ ইয়াত শঙ্কা নাথাকে। চাৰি পাচ হাজাৰ বছৰৰ মুৰত আচিৰ ঠাইতেই নোৱা হৈছে। ঋকবেদৰ ১ম মনৰ ১৭ মুক্ত ইই কুৱাচক বধ কৰা দেখা যায় (Vol 1, p. 5০)। এই কুৱৱাচেই যোগিণীতৰ কুৱাচ আৰু মহাভাৰতৰ ঋৱ। এই কুচকলেৰে দেৱতাসকলৰ চিৰশৰুতা; তেওঁলোক কভষাৰ পৰাজিত হৈছে আকৌ কতবাৰ শক্ৰতা আচৰণ কৰিছে। এই পৰাক্ৰমী কুঁৱা তিটি অসমতে হে পোৱা যায়, ভাৰতবৰ্ষৰ আন কোনা ঠাইতেই নাই। কযেৰ ১০টা নলৰ ১ম আৰু শম মণ্ডল ৰটোৰ নাম পোৱা নাযায়। মণ্ডলৰ ৰৰ্চো টিচাষ, ও যৰ বিৰমিত্ৰ, ৪ৰ্থৰ ৰামদেৱ, ৫মৰ অত্ৰি, ৰ তৰা, শমৰ বশি,মৰ ক আৰু ৯ মণ্ডলৰ চোতালম্বি (Vol, t page 32 )। এই ঋষি কেইজনৰ ভিতৰত গ্ৰিট চাম, যাদে, অত্ৰি আৰু তৰধাৰ আশ্ৰম কত, ঠিক পোৱা নাই। বিশ্বামিত্তৰ অশ্ৰম কৌশিকী নৈৰ পাৰত অহাৰত বণঝ৯০৯ ধ্য, অনুশাসন পৰ্ব-৩ আখ্যা আৰু কৌশিকী পাৰৰ বিশ্বামিত্ৰয়েই খৰটোতা বিশ্বামিত্ৰ (Mr. Datta's civiliza tion in Ancient India, Vol 1, P.65 and 100) আৰেই। বশিষ্ঠাশ্ৰম বিখ্যাতেই। কম মুনি আশ্ৰষও গুৱাহাটীৰ ওচৰত কোনো ইও লোহিতৰ পাৰতেই (নিপুৰ। অসমৰ ৰণি যে ঋষ্টিৰ নাতিপুতি অনি বশিই নয়, এজি যশিয়ে, ইয়াৰ পিছত ৰাভাৰ দেখুৱা কাৰ। ৰে যি দুই এটি ৰ গৰি পোৰ গৈছে তাতেই জানা গল যে গবে ১খণৰ ফলতেই আসল সত। ৰণীৰ স'।