ধাহ। [ ২য় সংসা। - ফিকি কৰা যায়, তা কৰি সত্য গোপনে ৰাখিব নোৱাৰি। তেখেতসকলৰ এই মহাম এই ব্লমেই সকলোনৰ মুল; এই ভ্ৰমটোৱে যে গোটেই পৃথিবীৰেই পুৰণি ঐতিহাসিক তথ্য ওলোৱাৰ বাটত ৰুত কমে প্ৰতিবন্ধক হৈছে, কোলে জানে? অধিক তেওঁলোকৰ সাধাৰণ পুৰণি ঠাইৰপৰা আহি পৰ পালেহি, পায়েই আৰু লৰচৰ নোহোৱা হল, কত যুগৰ মুৰত হে গঙ্গো- পাকা পায়হি। পোনেই দেখাতেই তো এইটো কথা মনে পতিয়াৰ নোখোজে। আৰ্যসকল মধ্য এটিয়াৰেইপৰা আহৰু ৰা ইজীপুৰেইনৰ আহ, খৰেই পাহক, কত নৈ কত পৰ্গত দেশ কত বিঘিনি পাৰ হৈ ইমান দূৰ আহি পাৰ সোমাহি; পাব পায়েই তেওঁলোকৰ সেই উদ্যম একেবাৰেই লোপ হল নে নে গাৰৰপৰা লৰচৰ কৰিব নোৱৰা হ'ল? নে ৰবৰ্ষত ইমান প্ৰতিবন্ধকতা পাশে যে গঙ্গোপত্যকা শাষলৈকে তেওঁলোকৰ ইমান দিন লাগিল। ইয়াক মনে নধৰে। ইফালে গঙ্গোত্যক অধিকাৰৰ পিছত তেওঁলোকৰ ৰাজ্য দক্ষিণে লঙ্কালৈকে বিস্তৃত হল, কবলৈ গলে, অসম ব্যতীত গোটেই ভাৰতবৰই তেওঁলোকৰ ভুতীয়া হল কিন্তু লঙ্কাতকৈ কত ওচৰৰ অসমলৈ তেওঁলোক আহিৰ সোৱাৰিলে? স আখৰটোৰ অসমীয়া উচ্চাৰণেই দেখে জাল কৰি প্ৰমাণ দিয়ে যে অসমীয়াৰ পুৰ্বপুৰুষসকল আৰ্যসকলৰ সাধাৰণ ঠাইৰপৰা আহি একেৰাৰে অসম পাহি। এই আখৰটোৰ উচ্চাৰণ শাৰ দেশত হয়, যেনে অসমীয়া অনুৰ খেতেষ্টাত অহৰ; ইংলণ্ডত হ ও হয় চ ও হয়, যেনে,-অসমীয়, গি, শিস, সোল (ফল), ইংৰাজীত হি(He) ঠি (Hill), চুন (Soon)। সম এৰি তাৰতৰ এন আৰ ঠাইত কেতি- যাবা চ হয়, ঘেমে অসমীয়া পিনু আল ভাষাত চি আৰু সেই নৈৰ পাৰৰ মানুহবিলাক ছি। ভাৰতৰ কোনো ঠাইত তাৰ খৰ নিচিলা উচ্চাৰণও হয়। একেটা আখৰৰে স, ২. , এ কেইটা উচ্চাৰণ পৰ কৰি চালে না যায়, অসমীয়া উচ্চাৰণটোৱেই। হিন্দু শফটোৰপৰা আনিব পাৰি যে অৰ্য- সকল সিন্থ নৈ পোৱা সৰ আচল উচ্চাৰণেই আছিল আৰু সেই সময়তেই লৰ উচ্চাৰণ কৰিবলৈ নেপাওঁতেই অসমীয়াৰ পুৰ্বপুৰুষৰণ অসমলৈ আহে। ফুষেখনি এই সেংকে পঢ়িবলৈ পোৱা নাই। অগীয় ৰমেন দত্তৰ civilization in ancient India না। এতে এই যে যাৰ মা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৭২
অৱয়ব