পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১ বহী। { , সংখ্যা। সেই দেখি সে নিয়াত কৱচ সফলৰ আচল ৰাজ্য কাৰ পৰ্বত পোৱা শ্যই, এমৰীলৈ ওঠাতে বাটত পায়। পুৰখনি আকাশচাৰী অৰ্থাৎ এতিয়াৰ চাংবঙলাৰ চিলা; সেই চাংবঙলাৰ খুটাবিলাক এতিয়ালৈকে ডিনাপূৰত থিয় হৈ হৈ আছে। এই খুটাবিলাক যে কি এই বিষয়ে বহুতে বি একো থিৰ কৰিব পৰা নাই; এতিয়া বাসৰ বুৰঞ্জীতে অনাগল, এই- যিলাৰু সেই আকাশচাৰী-পুৰৰ অল-খুটা। এইবিলাক যে অল-খুটা, গুৱা- হীৰ পিল-কোৰ খুটাবিলাকেও এইটো প্ৰমাণ কৰে। দুই ঠাইন্তেই একে ৰণেৰে কেবিলাক খুটা ঘূৰণীয়া আৰু কেবিলাক গোঙা আৰু চুকীয়া। গুৱাহাটীৰ শিলসাকো যে বক্তিয়াৰ খিলিজিয়ে কৰোৱা বুলি এটা জনৰৱ আছে সি নিচেই অমূলক। মুছলমান বুৰঞ্জী লেখকসকলে খতিয়াৰ খিলিজি এই পুৰণি সাকোৰ ওপৰেদি ব্ৰহ্মপুত্ৰ পাৰ হৈছিল বুলি হে লেখি থৈ গৈছে (যুত পৰেশ্চন্দ্ৰ বন্দ্যোপাধ্যায়ে কৃত বাঙ্গালাৰ পুৰাবৃত্ত, প্ৰথম ভাগ-৩১৮ পিঠি }। মুছলমান বুৰঞ্জী লেখকসকলে শিলসাকো ব্ৰহ্মপুত্ৰৰ ওপৰত বুলি লেখিছে; সেই কালত ব্ৰহ্মপুত্ৰ সেই পিনেই যাবও পাৰে, নহলে ব্ৰহ্মপুত্ৰৰ কোন সুতি গৈছিল। শ্ৰীযুত গেইট চাহাবৰ বুৰঞ্জী মতে জানা যায়, যে কছাৰীবিলাক স্থপতি ৰিজাত পাৰ্গত আছিল; ডিমাপুৰৰ শিল ইটাৰে প্ৰস্তুত দুৰ্গ আৰু অট্টালিকাবিলাক কছাৰী ৰজাই সজোৱা আৰু অহমঙ্গকলৰ গাৰ ডিমাপুৰৰ পৰা খেদ নোখোৱা মানে সিবিলাকৰ ব্যৱহাৰতেই আছিল; কিন্তু কৃষ্ণদ্বৈপায়নৰ বুৰঞ্জী মতে জানা যায় এই প্ৰাসাদ আৰু দু দ্বাপৰ যুগতেই অৰ্জুনৰ শৰৰ দ্বাৰা ও ছিল। হয় আৰু কৰী স্থপতি দ্বাৰা নিৰ্মিতও নহয়। আজিকালিও কোনো কোনো পৰ্বতীয়া জাতি চাংঘৰত থকাৰপৰা জানিব পাৰি যে এই আকাশচাৰী হিৰণ্যৰ নিৱাকৱচসকলেই কৰোৱা হয়। ব্যাসদেৱেও এই পুৰ তেঁওলোকৰ নিমিত্তেই নিৰ্মিত বুলি কয়; কিন্তু ব্ৰহ্মাই নিৰ্মাণ কৰি দিয়া খ। আষাৰপৰা এনেহে বুজা যায়, যে কুণ্ডিল নগৰ (যেগত যিবেন না বুলিহে পোৱা যায় হলা), তেজপুৰ, গুৱাহাটী আদি ঠাইত যি সময়ত দেৱত। সকলৰ পুৰবিলাক আৰু ব্ৰহ্মপুত্ৰ বা ব্ৰহ্মপুত্ৰৰঙিৰ ওপৰত শিলসাকোনশ্ৰিত হৈছিল সেই সময়তেই গেৱতাসকলৰ কোনো পতিস তুই কৱচসকলে ৰিণৰ নিৰ্মাণ কৰাইলি। কুণ্ডিল নগৰ, ডিমাপুৰ, তেজপুৰ গুৱাহাটী আদি