পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি আসামত ভুমুকি। কপিলী নামৰে লৈ এখন কাছাৰ পৰৰপৰা ওলাই নগাঁও জিলাৰ কল নৈত পৰিছে। কালিকাপুৰাণে এইখন নৈৰ নাম সম্বন্ধে আখ্যা দিয়ে ও “” শৰ অৰ্থ ব্ৰহ্মা , এই নৈ ৰহ্মাৰ বিলৰপৰা ওলাইছে আৰু সাৰ নিচিনা ফলদাৰিনী, এইদধি ইয়াৰ নাম কপিল ধিক! (৯ অধ্য)। কালিকাৰণে কোনো লৈ বা ঠাইৰ নাম সম্বন্ধে বিশেষ কৰি ব্যাখ্যা দিলেই কি লাগে যে আচল কথাটি তেওঁ লুপ্ত কৰিছে। এই মামৰ উপৰি সম্বন্ধে অসমৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীশঙ্কৰদেৱে কৈ গৈছে সে সগৰ ৰজাৰ, অৰ পুত্ৰ বিনাশী পাতাবাসী কপিল মুনিৰ আমি এই নৈৰ পাৰতে আছিল; সেই কপিল মুনিৰ নাম অনুসাৰেই এই নৈৰ নাম কপিলী হয় (ৰমিকৰণ ৰচিত গুৰু চৰিত)। এইজন পুৰুষৰ কথাৰ ওপৰত আৰু বেছি আৱশ্যক নকৰে। কপিলৰ নামৰে পৰা কপিলী। এই কপিলীৰপৰা জনা শল, কাছাৰ পৰ্মটোও পাতাল ষ্ঠিত। দেবীভাগৱতৰ মতে এই ভাগৰ নাম ৰসাল, নিৱত কৰচ দৈত্য সকলৰ ৰাসৰ ঠাই আৰু ৰাজধানীখনৰ নাম হিৰণ্যপুৰম আখ্যঃ)। পিছত দেখুৱা হব মহাভাৰতে কিন্তু সাত নাম নয়, কেৱন নিৰঙ ফট। সৈকলৰ যাৰ ঠাই আৰু লগৰৰ নাম হিপুৰ বুলি কয়।। দেবীতাগৱৰ সেই অষ্টম অধ্যাতেই পোৱা যায় যে ত্ৰিপুৰাধিপতি ময়ৰ ৰাৰ নাম লাল; তেনে হলে ত্ৰিপুৰায়েই লাতল। ইৰ সাৰথি মালিৰ গুণকেশী নামৰ এজনা জীয়েক আলি। মালিৰ গত আৰু মৰ্তত জীয়েকৰ নিমিত্তে মনৰ জোখাৰে যোৱাই বিচাৰি শালাই পাললৈ যোৱাই বিচাৰি গৈছিল। তেওঁৰ পাতাল মা বৃত্তান্তটিৰপৰাও পাতালৰ কিছু ঠাই চিনি পোৱা যায়। তেওঁ খাটতে নাৰণেৰে লগলাগি পোৰতে ৰকৰপুৰীলৈ গৈ পিছে নাগলোকলৈ যায়; মালাকত মন-খোৱা বোৱাই নাই বিন্ত কবচ দৈত্যাকলৰ ৰাৰ ৰালী বিপুৰলৈ যায়, যি গেৱতা আৰু গৈত্যসকলৰ সহায় কৰিয়া দেখি ঋ সেই সিবিচাৰি