পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • vos]

মণিপুৰ যাত্ৰা। yot অলপ গাখীৰ কিলা গণ। নেলীয়ে, খাবলৈ ৰাটি এটাও দিলে, আমি সকলোৰে অলপ অলপ পাখীৰ খাল॥ নেপালীটোৰ ব্যৱহাৰও ৰ মধুৰ লাগিল। সি আমাক বৰ আগ্ৰহেৰে গাখীৰ খুৱালে। বৰ দুগৰ গাখীৰ। উপতো। বাহৰ গুণতে। গাখীৰ উৎকৃষ্ট হয়। আৰু অলপ দূৰ গৈ, আমি টি পানী" আড়া পাবে॥ ইমতি এৰ ডাকৰঙলা আছে। পাড়ী আৰু আমাৰ আলহী-গৃহহ ইতি পূৰ্বেই এইখিনি পাইছিলহি। আমি ধীৰে সুস্থে অহা যাবে অলপ পাছ পালেহি। ইন্না ডাক-বাটে ফাষ্ট ক্লাহ’ ডাকবল। মণিপুৰৰ ডাক-মণ। এটাইবোৰেই “কাষ্টকা"। কাৰণ এটাইবোৰ বলা শিলেৰে তৈয়াৰী। কম্পাউণ্ড ইত্যা- বিয়ে সৈতে ৰও বৰ ভাল। প্ৰত্যেক ভাঙলাৰ বগতে“মোচাফি খান একোটাও থাকে। মোচাফি খনা' সাধাৰণ মানুহৰ নিমিত্তে। এই আড়াটে। নিচেই চাপৰ পৰ্বত এটাৰ ওপৰত স্থাপিত। এই আশোৰ মণিপুৰ ৰোডৰ ‘অভূমিৰ ওৱেচিচ,”। বটত ঘৰ এটি দেখিবলৈ নাই। আডজ্ঞাত উপস্থিত হলে এত উপস্থিত হোৱা যেন লাগে। এইটো আডড'তে আমাৰ দুপৰীয়া সাজ ভাত খোৱা হল। আমাৰ অষ্ট গৃহস্থই ডাকবলাত থিৰোৱা বাবে আৰু সেই দিন কোনো চাব-চুষও তত নথকা ৰাৰে আমিও ভিতৰ সোমাই ডাকৰাটো চালে আৰু কাৰ্যত তাতে বিৰালে। কাউগুটোও চালে। ডাক যত গেজেটেড অফিচৰৰ বাহিৰে অইন মানুহ থাকিব নোৱাৰে। আৰু অইন মানুহে কেনেকৈ তা স্থান ললেও, দিনে তিন টাই কি তেনে কিবা এটা হিচাপে কেৰে। ৰাৰ মিম। এই বিষয়ে প্ৰত্যেক ভাৰু ৰঙলাতে একোখন নিয়মাবলী গুলমোৱা থাকে। কম্পাউণ্ডত লেচু, আহেযগৰী প্ৰভৃতিৰ গছ আছিল। সেইবোৰত ও লাগিল। ডাক বঙলাৰ “চা” কাগৰানীৰ মহৰীৰ পল- মীয়া হোৱা বাৰে, তেওঁৰ লগত চিনা হৈ লৰলৈ বে িক নহল। তেওঁক মুখি আমি কেইটামান লেচু আৰু আহোমশ্বৰী পাৰি পালোঁ। আহোম- বগৰীবোৰ অমৃত যেন লাগিল। মাটিৰ নে আমাৰ অৱস্থাৰ গুণ। প্ৰথম সঙ্গীৰে ৰাটত খাৰলৈ কেইটামান পকেটতো'ৰালে। মইও হোম-বগৰী