বাহী। [২ বৰ, ৭ম সংখ। ৰ পৰা আহিছে আৰু কিহৰ শব্দ প্ৰথমতে ঠিক কৰিব নোৱাৰিলে। কিন্তু জৰ মাত বেন বোধ হল। অলপ আগ বাঢ়িয়েই দেখিলে? সেইটে এ অ'শ নহৰ, না এটাই তাৰ পথাৰত কোৰ মাৰিছে আৰু কাৰ মৰাৰ লগে লগে তেনে শখ কৰিছে। নগাই খেতি কৰা পৰ্বতখন নৈৰ সিপাৰে। পৰ্বতৰ গাত আশি দি দি সৰু সৰু একোডৰা মাটি কৰিছে। আলিবোৰ ইমান ন বে পৰ্বতৰ গৰু ৰখাই উঠি যোৱ জখলা যেন বোধ হল। শতৰ ওপৰৰপৰা আৱশ্যক মতে তোৰ কাটি নিজ নিজ মাটিলৈ পানী লি নাই খেতি কৰে। কিহৰ খেতি কৰে আমি কব নোৱাৰিলে। নগাৰ কোৰখন আমাৰ ছাচন বেন; কিন্তু ছাতকৈ বেছি দীঘল আৰু বেকা! নগাৰ খেতি দেখিলে। কিন্তু মাৰ ঘৰ এটাও দেখা নেপালে। বোধ কৰে। পৰ্বতৰ যিলুটিয়ে আছে। জামি আলিটতে অলপ ৰহি এইবোৰ চাবলৈ ধৰিলে। কিয়নো, নগ। নৈৰ সিপাৰে আন এটা পৰ্ব তত আছে। ভাৰপৰা অমৰ আকাৰ কোনো কাৰ নাই। এনেখিনি সময়তে আমাৰ আলহী-গৃহস্থই যোৰাত উঠি আহি আষাৰ লগ ধৰিলেহি। তেওঁৰ সাজ কোট পেন্ট আৰু টে। লেটোহে ভাবলাৰ চকিদাৰে তেওঁক চাহৰ বুলি ৰা কৰিছিল। তেওঁ নাখো * বুলি এখাৰাৰ কথা কৈ আমালৈ চাই হাছি, আমাৰ আগ হল। অলপ পৰৰ পাছতে আমিও আকা খোলে। আমি এতিয়া খাতু নগাৰ দেশত। কিন্তু এই ইংৰাৰ মহিমা! আমাৰ কোনো কাৰ কাৰণ মাই মণিপুৰৰ নিৰ্জাল আলি আমাৰ লেখিয়া নিৰ বাটৰুৱা কিটাক নগাই মাৰি এট। কুঙক পেলাই দিলে নো কোনে ভাৰ ও পায়। কিন্তু ইংৰাগৰ নামৰ ইমান মহিমা যে এই জনশূন্য অটো পাৰ শেনিয়া অসত্য কাঙিয়েও তেনে কাম কৰিবলৈ কেতিয়াও সাহ নকৰে। অলপ পৰ যোৱাৰ পাছত জলিটো এডোখৰ ঠাইত নিচেই সমভূমিৰ ওপ- ৰেলি যোৱা যেন লাগিল। ওচৰতে সামনি ঠাই এডোখৰ কিছুমান গুটাৰ মানুহে আলিৰ কিৰ কামৰ নিমিত্তে, ৰ সাজি আছে। ওচৰতে এটা চাপৰ পৰ্ষতত কিছু ন নেপালীয়ে গুটি পাতি আছে। এখন সঙ্গীজনে কলে অলপ পাণীৰ কিনি খাই লোৱা বক”। নেপালীপা দুই আনা সেৰ হিচাপে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬২
অৱয়ব