জেঠ, ১৮৩০।] মণিপন যাত্ৰা। আনফালে ঠিক তাৰ বিপৰীত। তললৈ চালে একাৰে গীৰ ৰা ওপৰলৈ চালে আনকাছে পাগুৰী সৰি পৰা ওখ পৰ্বত। আলি ৰাটেজি গৈ থাকো। টোক আগ ফালৰপৰা এটা বাৰে আৰু পাছ ফালৰপৰা আন এটা শখে থদি -ি বলৈ যায় তেনেহলে খোৰাটোৰ আৰু পৰৰ কোনো না সেখাকে। হয়, সি ৰৈ থাকিব লাগিব, নং, জাপ মাৰি ফুৰত পৰি মৰিব লাগিৰ। এইটোৱে মণিপুৰৰ আলি। কেৱল এটা দুটা নহয়। অসংখ্য সৰু সৰ পত্তৰ পৃ দেখা যাবলৈ ধৰিলে। এই পৰ্বৰেই দেশ; ইয়াত ভৈয়াম একফম নাই বুলিলেই হয়। দুই সহ হাত তৈয়াৰ কৰাত থাকিলেও, সেইবোৰ ঠাই ৰো কৰে। অস্বাস্থ্যকৰ বাবে বা আন কোনো কাৰণে, নগাবোৰ তাত নেথাপিত ৰ সাজে। আৰু পৰ্বতৰ মাজৰ ঠাই বুলিলেই সি ভাৱতে দোপম। আমি দৃগু চাই চাই গৈ থাকিবলৈ ধৰিলে।। আলিৰ অৱস্থা ডিব্ৰুগড “চাৰ পটীৰ” “ৰেডৰোড়” বা কলিকতাৰ কিন্নাৰ ফিৰ মাজৰ বাটবোৰৰ লেখিয়া। প্ৰায় ভৈয়ামৰ অৰণৰ সৰেই সমতল। বাত কেনেবাকৈহে অলপ ‘চড়াই উৰাই"। একাৰে খাদ আক আমি কাযে পৰ্বতৰ অৱস্থিতিতে হে, আড়ি পেত ওপৰেদি গৈছো, সেইটো কথা মনত পেলাই আছিল। বন্য জন্তু প্ৰভৃতি সম্বন্ধে বাট নিচেই নিৰাপদ যেন বোধ হল। | অলপ দূৰ গৈয়েই পাক এট। ঘূৰি আমি এখন লোৰ দলং গালে। এই খন দলং অগেয়ে কৈ অহা নৈখনৰ ওপৰেদি গৈছে। আমি অলপ পৰ দলং খনৰ ওপৰত থিয় হৈ গুলৰ পানীৰ বৰহৰণি আৰু দুই কাৰৰ পৰ্বতৰ দৃশ্য চাই মুগ্ধ হল। ঠাইডোখৰ বৰ ভাল লাগিল। আলিবাটটো প্ৰায় নৈৰ “লাইনে লাইনে” কাষে কাষে নিচ্ছে। কিয়নো, প্ৰয়েই আমি নৈখন লগ পাই যাবলৈ ধৰিলে। কনে ৰদ টান হল। যহ হল। যত বৃটো ভাল যেন লাগে, তত আমি অলপ পৰ বহি জিৰাই লৈ আকৌ আগছে। পুলিকৈ থকা মেলাৰ তো চিন্তা নাইয়েই। কিয়নো সেইবোৰ সকলো ভাৰ আমাৰ আলহী গৃহৰ গাত তেওঁলৈ আমাৰ বৰ কৃতজ্ঞতাৰ ভাব জস্থিল। মাছ নো ইমাল ভাল হব পাৰে নে? বিশেষতঃ সাম দেশৰ মানুহ। বটত এঠাইত হঠাৎ “হেইং হোইং” শৰ এটা গুনিলৈ পাশে। শট।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৬১
অৱয়ব