জেঠ, ১৮৩৩] মণিপুৰ যাত্ৰা। ঙ্কিতৰত ওলাবলৈ ধৰিলে। কিন্তু সেই শখল। ইয়াত মেলিলৈ গলে অচল কথা তল পৰিব পাৰে আৰু মোৰ লেখিকা নগণ্য লেখেতিৰ কাৰৰ টোপোলা চাবলৈকো সকলো পাঠকৰ ধৈৰ্য্য নেখাকিব পাৰে। সেই বাৰে ইত আক সেই বধা নেমেলিনে। কিন্তু যিদল মৰমিয়াল পাঠকে ফুপা- পূৰ্বক এই প্ৰবন্ধটো পঢ়ি প্ৰবন্ধ লেতোক একাৰাৰে উসাহিত কৰি, সেইসকল উৰি পাঠৰ প্ৰতি প্ৰায় নেতাৰ মনত কৃজ্ঞতা জাৰৰ উৰুে হোৱাটো স্বাভাবিক। সেই বাবে মই কৃতজ্ঞতাৰ চিৰ স্বৰূপে তেওঁবিলাকক মোৰ অভিজ্ঞতাৰ ফলভোগী কৰিবৰ হেপাহ সৰিব নোৱাৰিলে। অতএব তেওঁবিলাকৰ ভিতৰৰ যিবিলাকে কেতিয়াও যৰৰ ৰা ওলোৱা মই তেলে নডেকাসকলক দুটা ভাঙৰ মোৰ মানতকথা ইস্থাতে কওঁ- (১) ৰাটৰ অৱস্থা সম্বন্ধে বিশেষৰূপে অগ-বাতৰি নোলোৱাকৈ অচিনাকী ঠাই সন্ধিয়া বেলিকা পৰাখিনিপক্ষত কেতিয়াও আগবাঢ়িৰ শেলাগে। (২) গধূলি বেলিকা, খৰালি হলেও, ব্ৰহ্মপুত্ৰৰ লেখিয়া ডাঙৰ লৈ পাৰ হৰলৈ কেতিয়াও নাৱত উঠিব নেলাগে। এইবাৰ কথা অই এঠাইৰ অভিজ- তাৰ পৰাহে কৈছি। কেতিয়া টোপনি আহিল কব নোৱাৰে। কিন্তু বহুজনৰ ব্যৱানও হিৰলৈ ওলাই আহি দেখিলে। সে যেলি ওলোৱা ভালেখিনি পৰ হৈছে। চাৰিওফালে চৰাইয়ে কিৰিলিয়াৰলৈ ধৰিছে। কিন্তু আমি পৰ্বতৰ নামনি ঠাইত থকা ৰাৰে বতৰটো কি ভাৱৰীয়া যেন লাগিল। বি হক, নৈত প্ৰাত্যাদি সমাপন কৰি অহা গল। আমি যোৱা-নিশা ফি নৈৰ কলকানি শুনিনি। এৰ সেই নৈ। পকীয়। নৈৰ পৰুে ইয়াত তাক লণ হলেই বুবি লাগে। কিন্তু বিক তাৰ বহল নিচেই কম। ওৰ মাও চাৰ শৰৰ পৰা নাই। গোটেইখন লৈ শিলেৰেই ৰা। শিলৰ ওপৰেদি পানী বাগৰি গৈছে মাখেন। এখন কি দুখন কেঞাগোলা ডাকবলা আৰু চৰি ইত্যাদিৰ মৰ বাহিৰে নীচুগাৰত আন একোৱেই নাই। নাটো শুনি ইয়াও কি ‘খাৰ চৰা এটাগৈৰাস) একা যেৰ বুলি জানি। কিন্তু জেনে একোৱেই আমাৰ চকুত নপৰিল। মোৰ পৰ নিচেই তুলতে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৯
অৱয়ব