বাঁহী। (২য় বৰ, এ সংখ্যা। আমি মতি; গতিতে কোনোৱে এই বিষয়ে কি আনিলে অনুগ্ৰহ কৰি যেন প্ৰকাশ কৰে, এই আশা কৰিলে।। মচন্দ্ৰ বৰা। মণিপুৰ যাত্ৰা। খাই-হৈ উঠিবৰ পাছত আমাৰ আলী-গৃহস্থই আমাৰ শুবৰ দিহাও তালিকে লগাই দিলে। ওচৰৰে কোনোবা এটা ঘৰত থকা গৰকাস্তানিৰ আলি-মহুৰী এজনক মতাই অনাই, তেওঁক কেঞ-গোলাত শুই থাকিবলৈ অনুৰোধ কৰি, তেওঁৰ বিছনাখন আমাক দিয়ালে। মোক আৰু মোৰ প্ৰথম সঙ্গীন মানুহ এনে লণ্ঠন এটাৰে সৈতে আমাৰ শোৱা ঠাইত থৈ আহি গৈ। মোৰ দ্বিতীয় সঙ্গীজনৰ তাত আৰাৰ আলহী-গৃহস্থৰ আগৰেপৰা বিশেষ বকনিষ্ঠতাকা বাবে তেওঁৰু আমাৰ আলহী-গৃহই তেওঁৰ নিৰ লগতে তই থাকিবলৈ চোৱাত তেওঁ তাকে কৰিলে। | আমি বিখন বিমা পালেনিৰে আঁঠুৱা-লগা আৰু তাক অপৰিস্কাৰ বুলিব নোৱাৰি। কি থাণি। ৰাৰে আমাৰ কি-কি যেন লগাত, আমি আঁঠৰ ভণ সোমাই আগৰ বিছনাৰ ওপৰতে আমাৰ নিজৰ নিজৰ যি ভালবেয়া কাপোৰ আছিল তাকে পাৰি লৈ ওই কিশে। বাহিৰত মহৰ জীষণ কোণ, কোৰি। সিহঁতে আমাৰ ডেৰ খাবলৈ নেপাই বিৰি মৰিছিল। শাবিতে ইয়াত ম খং। এই আঁঠৱাৰে বিছনাখন নোপোৱাহেঁতেন যে জিমি ওৰোজি মোৰত নোৱাৰিলেহেতে সেইটো ধুল। বেচেৰা নহৰীটিলৈহে এপ ৰোৰ লাগিল দেই। তেওঁ বা আঠ গাইছে কি নাই পোৱা? | মোৰ জীয়ন ঢাৰীপাটীত পৰিষৰ পাপৰ পাত তেওঁৰ টোপলী আহিল। যোৰ ফি টোপনি নাবিল; ম না তা সোঁত ও মাল খৰিলে! ঠিক এৰিৰপৰা এটত যি যি ছিল সলো। এ এক মৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৮
অৱয়ব