পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেঠ, ১৮৩৩। হংসধ্বঙ্গ গৰু চম্পাৱতী। ১৯৫ মাতৃভূমিৰ সেৱা। মাজতে ওে এবাৰ ভুল কৰি গুষ্টিয়ান হব খুজিলি। পিছে বহু ধৰ্ম্মশাস্ত্ৰ আদি পঢ়ি নিজৰ হিন্দুধৰ্মই সকলোতকৈ শ্লেষ্ট বুজি তাৰপৰা। বিত হল। হিন্দু একান্নবৰ্তী পৰিবাৰৰ পৰা তেওঁ বৰ বেয়া বুলিছিল। এই ককাই মিতিৰ কুটুম আদিৰ ভিতৰত মিল আৰু মৰম চেনেহু নথকাৰ আৰু ভাৰতত বেছি মকদ্দমা হোৱাৰ গুৰি একাষী পৰিষাৰ বুলি তেওঁ ডটাই কৈছিল। শিক্ষা বিষয়ত তেওঁৰ ৰৰ উৎসাহ আছিল। তেও পৰা উপকাৰৰ নিমিত্তে নিস্বাৰ্থ ভাৱে ব্ৰণ্ডী অছিল। বেৰি ও লোকৰ কোনো উপকাৰ কৰে, সেই বিষয়ে কাকো আনিবলৈ নিদি নি দুৰে কৰ্তব্য খুজি কাম কৰিছিল। কাৰণ তেওঁ সেই কামৰ বাবে লোকব প্ৰশংসা বা খ্যাতি নিবিচাৰিছিল। তেওঁ বৰ মৰমিয়াল আৰু মিঠা-দুখীয়া আছিল। হৰিৰ জবৰুৱা। হংসধ্বঙ্গ আৰু চম্পাৱতী * মহাভাৰতৰ সময়ত কানপৰ মহাযশৰ আক বিপুল বিক্ৰমৰ বিজয়-দুতি বঙ্গ বিহাৰ আৰু তাৰতত সগৌৰৱে নিনাদিত হৈছিল। তাৰতৰ আন আন ৰাসকলে কামৰূপৰ বজাসকলৰ পৰাক্ৰম দেখি সদাই চিন্তাথিত ছিল অৰু অতি সন্মানেৰে বীৰ পুৱা আগবঢ়াই কামৰূপৰ পৰাক্ৰমী ৰজাসকলক ও আসন প্ৰদান কৰিছিল। বাৱিকে কামৰূপ পৌৰাণিক কৰে ভৰা। আৰে কামৰূপৰ এনে এডোখৰ বোধ কৰে ঠাই নাছিল যত এজন বা দুজন পৰাক্ৰমী ৰাই বিপুল বিক্ৰমেৰে ৰাগৰ কৰা নাছিল। কি হয়! নিয়তিৰ অধীনত আৰু সময়ৰ লগে লগে সেইবোৰ ঠাইৰ চিন-মোকাম লুপ্ত হবলৈ ধৰিছে। সেইবোৰ উদ্ধাৰ কৰিবলৈ শিক্ষিত সমাজে দেহে-কেহে লাগি যোৱ। চিত। সেইবোৰ এৰি দিলেও সচৰাচৰ পৰিচিত আৰু বৰ্তমান ফি পৌৰাণিক -~ -~~....

  • * লক্ষ্মীনাথ বেজবৰুৱা ৰ জ্বালা” গাগক লীয়া প্ৰবন্ধ

এভাঙৰ সময়ৰ অন্তা মসীৰা বাংলৰ শত হসজ ৰাখক। সp,

  1. কৰি এই প্ৰতি কৰা হয়।